এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সূচীপত্ৰ
| বিষয় | পৃষ্ঠা— |
| ১৷ অশ্বমেধ যজ্ঞৰ ঘোৰা মণিপুৰ প্ৰবেশ | ১ |
| ২। অৰ্জ্জুনৰ মণিপুৰ-ঐশ্বৰ্য্য দৰ্শন | ৩ |
| ৩। বব্ৰুবাহনৰ আদেশত যজ্ঞৰ ঘোৰা আৱদ্ধ | ৪ |
| ৪। ৰাজগৃহৰ বৰ্ণনা | ৫ |
| ৫৷ ঘোৰাৰ কপালৰ পত্ৰ পঢ়ি বব্ৰুবাহনৰ দুখ প্ৰকাশ••• | ৭ |
| ৬৷ যজ্ঞৰ ঘোৰা সসম্মানে অৰ্জ্জুনক ফিৰাই দিবলৈ সুবুদ্ধিৰ | |
| আদেশ | ১০ |
| ৭। সুবুদ্ধিৰ বাক্যত বব্ৰুবাহন অৰ্জ্জুনৰ ওচৰলৈ যাবলৈ | |
| প্ৰস্তুত | ১১ |
| ৮। বব্ৰুবাহনৰ যজ্ঞৰ ঘোৰা অৰ্জ্জুনৰ ওচৰত নিবেদন | |
| আৰু ক্ষমা ভিক্ষা | ১৪ |
| ৯। অৰ্জ্জুনৰ তিৰস্কাৰ | ১৬ |
| ১০। অৰ্জ্জৃনৰ সৈতে যুদ্ধ কৰিবলৈ বব্ৰুবাহনৰ দৃঢ় সঙ্কল্প | ১৮ |
| ১১। বব্ৰুবাহনৰ অনুশাল্বৰ সৈতে যুদ্ধ | ২৩ |
| ১২। প্ৰদ্যুন্বৰ সৈতে যুদ্ধ | ২৫ |
| ১৩৷ হংসধ্বজৰ সৈতে যুদ্ধ | ৩৩ |
| ১৪। সুবেগৰ সৈতে যুদ্ধ | ৩৫ |
| ১৫। যুদ্ধত পৰাজয় দেখি অৰ্জ্জুনৰ চিন্তা | ৩৮ |
| ১৬। অৰ্জ্জুনৰ বিমঙ্গল দৰ্শন | ৩৯ |