সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দুইজনে নৌকাৰ কাণ্ডাৰী। বড় গীত আগে ভৈলা ব্ৰহ্মা মধ্যত বসিলা ক্ষুদ্ৰ সনদেৱে আহা মোৰ উদ্ধব পাছে ভৈলা বিষ্ণু শ্ৰীশঙ্কৰ গুৰু তাম্বুল জোগাৱে চলা মোৰ বান্ধৱ নামবে লগাইল৷ শাৰি। লত প্ৰসাদে জ্বলাইল৷ বাতি। হৰিৰ নামক আহা মাতি। যখনে তখনে ঘন বৰষুণ পিছল মাটী ধীৰে ধীৰে দিবা পাওঁ। পাওঁহে বিনয় আজু ঘৰে যাওঁ॥ নানিবা পাটোৰে শাৰি। আহিবা বিনন দুই হাতে নানিবা ই মগৰ খাৰু লেমপুৰ আহিবা চাই॥ ভৰিৰে লেমপুৰ নানিবা ৰিনন শব্দ যাইবো বহুদূৰ গোকুলৰ গোপী সবে প্ৰাণ বৈৰী . শুনিলে বুলিবো চোৰ। ( 88 )