এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
লৈয়া যোৱা ছপাটী খৰম। হামাক লাগি এড়িও মৰম। সন্ন্যাসীৰ ভেশক ধৰিবা। ফলমূল ভোজন কৰিবা। ফলি গছৰ বাকল পিন্ধিবা। যি মিলাৱে ভোজন কৰিবা। বিচাৰিবা অনেক প্ৰবন্ধে। হামাক পাইবা তুলসীৰ গন্ধে॥ ৰাম কৃষ্ণ নোহন্ত মানুষ। এৰা দুজন পৰম পুৰুষ॥ কৃষ্ণৰ কিঙ্কৰে এভো ভণে। হৰি হৰি বোলা সৰ্ব্বজনে॥ চ’লা বিছৰ গৃহে যাওঁ মোৰ বান্ধৱ চ'ল৷ বিদুৰ গৃহে যাওঁ হৰি হৰি দুৰ্য্যোধনৰ মন্দিৰে নাযাওঁ। বিদুৰৰ মধুৰ বচন। কুন্তী পেহী হৈবো দশন। বিছৰেসে দিবো শাক অন্ন। ৰঙ্গমনে কৰিম মই ভোজন॥ ( 85 ) বড় গীত