সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় গীত। প্ৰাতঃ স্নানেন নৰকং যাতি মাঘী স্নানেন ততোধিকং বেশ্যা দৰ্শনে পাপ নাশনং স্পৰ্শনে পুণ্যং পুৱাৰ গীত। ৰাগ শ্যাম। তেজৰে কমলাপতি পৰভাতে নিজা। তেৰি চান্দ মুখ পেখো উঠবে গোবিন্দ॥ ৰজনী বিছুৰ দিশ ধবলি বৰণ। তিমিৰ ফাৰিয়া বাজ ৰবিৰ কিৰণ॥ শত পত্ৰ বিকসিত ভোমোৰা উৰাই। ব্ৰজবধু দধি মথে তুৰা গুণ গাই॥