সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় গীত পূৰ্ব্বাপৰ অন্ত নাহি যাহাক। সোহি জগত গুৰু যশোদা ধাৰু॥ বাহিৰে ভিতৰে যাকেৰি নাই। গোৱালী বান্ধে লয়হু চোৰ৷ পাই li গাৱৰ সন্ধানে যশোদ৷ বজু টানে। ষোড়য় নাহি আঙ্গুল ছহে৷ মানে॥ পুনু পুন্থ ৰজু বিচাৰ কয় আনি। উদৰে মেঢ়াই বান্ধয় সতী টানি। !! তবহো নোজোৰে আঙ্গুল। দোহে৷ পাশে। পেসিয়ে গোপীৰ মন সব হাসে। হবি কহো তনু জানয় নাহি কোই। মাধৱ কহে। গতি গোবিন্দ মাই॥ অত দুঃখে নেযাই প্ৰাণ মোৰ নিদাৰুণী হিয়া। মৰিলে৷ মৰিলে৷ যাই জলে জাম্প দিয়া॥ বাপা মোৰ বস্তুদেৱ দৈবকী জননী। কিবা অপৰাধে হে গকুলে থৈল৷ আনি॥ পুতনায় দিলা আনি বিষময় তন। নাখাই নমৰিলে৷ নগৈলা পৰাণ॥ (৩৬ )