এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
গোপীৰ বচনে কহয় মাধৱে বড় গীত বব লোভ পাই আন গতি নাই নাচিলা নানান ভাৱে। ভজা গোবিন্দব পাৱে॥ ভাল কলিয়া কানু খেলানা খেলায় এ। খেলাৰ মধুৰী হৰি ভুবন ভুলাইবে লয় লাসে ৰঙ্গে দুই চৰণ চলায়॥ সমান গোপৰ মুখ চায়া চায়া হাসে। লেণ্টেৰ আচোল খিনি হালয়ে বতাসে॥ মৈবাৰ পাখী জলমল কৰে মাথেৰে। অভিৰ বালকে বেঢ়ি চাপৰি বজাৱে। পাক ঘূৰি ঘূৰি নাচন্ত যদুৰাই॥ বঙ্কিম নয়নে চাই অময়া বৰিষে। - এৰ মন ৰূপ এৰূপ হৰিযে॥ যশোদায় ডাকয় ৰাগ বৰাৰি। মোৰ বাপু কৃষ্ণয় এ কোন দোষে গৈলা হামাক এড়ি এ। (.২৩ )