এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
জাননী। আমাৰ নলবাড়ীস্থ দোকানত তলত লিখা বস্তুবোৰ পাইকাৰী ও খুচৰা দৰে বিক্ৰী কৰা হয়। নানা প্ৰকাৰ কাপোৰ, নানা প্ৰকাৰ মনোহাৰী, নানা প্ৰকাৰ ষ্টেচনাৰি, এৰি সূতা, এৰি কাপোৰ, মুগা সূতা ইত্যাদি। অগ্ৰিম ধনেৰে সৈতে অৰ্ডাৰ পঠালে বজাৰ দৰে ভিঃ পিঃ কৈ মাল পঠোৱা হয়। শ্ৰীযুত মুকুন্দ মল্ল বৰুৱাৰ ৰচিত (লৰা-ছোৱালীৰ সাময়ীক উপযোগী) পহিলা-পাঠ আৰু তেখেতৰ সংগৃহীত আৰু প্ৰকাশিত বুঢ়াভাইম্ ( ধৰ্ম্মপুথি) আমাৰ দোকানত পোৱা যায়। যি সকলে একেলগে ১০ খন নিয়ে তেওঁলোকক উপযুক্ত কমিচন দিয়া হব। পৰীক্ষা প্ৰাৰ্থণীয়। ডাক চল अন্ত্ৰ। নিবেদক--- শ্ৰীশান্তি মল্ল বৰুৱা। শ্ৰীধৰ্ম্ম মল্ল বৰুৱা। পোঃ আঃ নলবাড়া, ৰাজাৰ। ( আসাম কামৰূপ)