সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(58) হেনশুনি মহাদেৱ অনিন্দ হৃদয়। অল্পকৰি কোহো কিছে৷ নাম মহাশয় আদি পুৰাণ আৰু ৰামণ যে পুৰাণ। বাহুকী পুৰাণ আছে অনন্ত পুৰাণ। পাতালী পুৰাণ আছে উৎসুকি পুৰাণ। ৰূপদ্ধৰ চন্দ্ৰ কেতু তৰণ কৰণ পৃথিবী পুৰাণ হৰহ বিষ্ণু পুৰাণ। সিদ্ধি পুৰাণ আৰু দেৱল পুৰাণ। স্বৰ্গ পুৰাণ আৰু চন্দ্ৰ যে পুৰাণ। ৰাম পুৰাণ আৰু গীতা যে পুৰাণ প্ৰসিদ্ধ পুৰাণ নামে পুৰাণ সুথিৰ। আছে কিছুমান আৰু শুনাহ! “সুধীৰ॥ কৌমদ পুৰাণ কাব্য পুৰাণ পৰশু বৈকুণ্ঠ পুৰাণ হৰি পুৰাণ যে বসু ঋষি পুৰাণ আৰু পুৰাণ জয়তি। বিভিন্ন পুৰাণ আৰু পুৰাণ যে বীতি॥ যুগ পুৰণি আৰু বেদ যে পুৰাণ। ঈশ্বৰ পুৰাণ আৰু নিৰ্ণয় পুৰাণ। ধৰ্ম্ম পুৰাণ আছে শান্তি যে পুৰাণ। গঙ্গা পুৰাণ আৰু নন্দি যে পুৰাণ॥ লক্ষ্মী পুৰাণ সৰস্বতী যে পুৰাণ। পাবৰ্তী পুৰাণ আৰু বৰিব পুৰাণ॥