এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
(৭) এহিমানে অনুগ্ৰহ কৰিয়োক মোক। তা বোলা ৰাম ৰাম সবে সভাসদ লোক। দুলড়ী শুনা সবে নব গুনা কৰ্ণ ভৰি এক আশি বেদ “ঈশ্বৰৰ যশ ৰস। ভক্তৰ ইটো সৰ্বশ॥ কহো কথা কিছু তাৰ আতি অনন্তৰ একচিত কৰি তাহাৰ সম্ভেদ ব্ৰহ্মাৰ আগত গোচৰ কৰন্ত কি গতি হৈব আমাৰ। মুহিলেক মায়া কৰা প্ৰভূ দায়া চৰণে কাকুতি কৰোঁ। কৰিয়ো উদ্ধাৰ বাপ দামোদৰ হেনবা পাতকি তৰোঁ। লোকক মুহিলোঁ আপোনি নাশিলে। হে প্ৰভু নৰহৰি। কৰ আবে দায়া দূৰ হৌক মায়| বোলে৷ চৰণত ধৰি।