সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় গীত শিঙ্গা ডাক দিল৷ নন্দেৰ নন্দন বংশী ডাক দিলা বই সমস্ত শিশুৱে গৃহৰ বাজ ভৈলা গাৱে গাৱে ধেনু লই॥ আজি কোন পণ্ঠে যাইবা নাৰায়ণ কোন পণ্ঠে চাৰিবা ধেনু পণ্ঠৰ ভাল মন্দ একোৱে নজানো আগে চলা ৰাম কানু॥ যমুনাৰ বালি পায়া বনমালি মেলিলন্ত ধেনু গাই। | সাৱলী ধাৱলী কপিলি কাজলী দুৰক নযাইব৷ আই॥ যমুনাৰ বালি পাইয়া বনমালি মেলিলন্ত দধি ভাত। কেহো লৈলা হাতে কেহো লৈলা পাতে কেহো লৈল৷ গামছাত॥ কুৰুলি আকাবে বালিত বসিয়া মধ্য কৰি নন্দ স্থত। দাম ও সুদামে অন্ন বাতি দেই দেখা কেনে অদভুত॥ ( ৬ )