সমললৈ যাওক

পৃষ্ঠা:ফুল-কলি.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

উছৰ্গা

পিতা ধৰ্মঃ পিতা হি-পৰমং তপঃ।
পিতৃ প্ৰীতিমাপন্নে প্ৰীয়ন্তে সৰ্ব্বদেৱতাঃ॥

~~~~~~

পৰম আৰাধ্যতম

৺ পিতৃ দেৱতাৰ শ্ৰীচৰণোদ্দেশে

দুৰ্ব্বল পৰাণ মোৰ
কান্দো বাট হেৰুৱাই,
সংসাৰ চক্ৰন্ত পৰি—
 পা-ঘূৰণি খাই।
ঘূৰোঁতে ঘূৰোঁতে গই,
“কিবা বন-তল পাই”,
বহিলোঁ এনেই তাত—
 ছায়া যেন পাই॥