সমললৈ যাওক

পৃষ্ঠা:ফুল-কলি.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুলকলি। জানি মূঢ় দীন জন, কৰা কৃপা বিতৰণ, পূৰ্ণ হক অভিলাষ হিয়াৰ মাজত! ঢালা কৃপা ধাৰা প্ৰভু নিতে জীৱনত। -0- ৫৩ আনন্দ গীত। আহা আহা ভাই! সপিছে৷ পৰাণ— গাওঁহি আশাৰ গান হে। তালে তালে নাছি উঠলি উঠোক— আকুল উদাস প্ৰাণ হে॥ ইজনে সিজনে হোৱাছে৷ প্ৰীতি; হযে উঠোক গৰিমা গীতি, আজি শুভদিন শুভ উদ্দেশ্যেৰে— জোৰাছে৷ নতুন তান হে! আমাৰ অজলা নিচলা আই, মিচিকি হাঁহোক আমাক চাই, পাহৰি পাহৰি ডাৱৰেৰে ঢাকা হুমুনীয়া যত মানহে। অন্ত