এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
॥৵৹
বিষম জ্বালাত পৰি,
দু-চকুৰ পানী সৰি,
যদি চোৱা পুষ্পাঞ্জলি
তিতিছে নিশ্চয়।
অবোধ সন্তান বুলি
সেই দোষ ক্ষমা কৰি,
সন্তোষে গ্ৰহণ কৰা,
বাঞ্ছা সিদ্ধি হয়॥
“ডাঙৰ সোণ”।
বিষম জ্বালাত পৰি,
দু-চকুৰ পানী সৰি,
যদি চোৱা পুষ্পাঞ্জলি
তিতিছে নিশ্চয়।
অবোধ সন্তান বুলি
সেই দোষ ক্ষমা কৰি,
সন্তোষে গ্ৰহণ কৰা,
বাঞ্ছা সিদ্ধি হয়॥
“ডাঙৰ সোণ”।