পৃষ্ঠা:পৰীক্ষা.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভুল-সংশোধন ।

 ২ পৃষ্ঠাৰ ১২ শাৰীত, “আনন্দ-বিজুলী-যোগে” ইয়াৰ পাচত থকা “সেমিকোলন” (;) টি উঠি যাব।

 ১৮ পৃষ্ঠাৰ ৭ শাৰীত, “জীৱলৰ” ঠাইত “জীৱৱল” হ’ব।

পোৱাৰ ঠাই—

শ্ৰীগৌৰীকান্ত তালুকদাৰ,
৫৮ নং মেছুয়াবাজাৰ ষ্ট্ৰীট, কলিকাতা।

শ্ৰীচিত্ৰমল্ল বৰুৱা,
কটন হিন্দু হোষ্টেল, গুৱাহাটী।

অমৃত-এজেঞ্চি,
  নলবাড়ী।

কবিৰাজ
শ্ৰীতাৰানাথ চক্ৰবৰ্ত্তী কাব্যবিনোদ,
আয়ুৰ্ব্বেদীয় ঔষধালয়, তেজপুৰ।