পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৮২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰাৰ্থ দৰ্পণ। মাখে, তেঁও ইমাম গঞ্জী চাহাবৰ কৃত অজায়ে কুলুন নামে গ্ৰন্থ খন পঢ়োক। কিন্তু তাক পঢ়িলেই যে সম্পূৰ্ণ জ্ঞান লাভ হব, এনে নে ভাবি। আত্মা গোটেইটো মানুহৰ এক অংশ। আৰু শৰীৰ আন এক অংশ। ওপৰত উনুকি ওঁৱা পুথি ধন, অকল আত্মাৰহে ডাঙ্গৰ ২ গুণ বোৰ লেখা আছে। শৰীৰৰ, বাহিৰা অবয়ব আৰু ভিতৰুৱা-যন্ত্ৰ বিলাক অসীম কাৰিকৰীৰ পূৰ্ণ। শৰীৰত হেজাৰে ২ শিৰ, ধমনী স্নায়ু আৰু বিণে ২ হাড় আছে; সেই বোৰৰ আকৃতি, গঢ়, গুণ আৰু আবশ্যকতা গাই ২ বেলেগ। হাত, ভৰি, জিভা আদি অবয়ব সমন্ধে কিছু ২ জানা সন্দেহ নাই। কিন্তু চকু জুৰি, দহ-৩ৰপীয়া কিয়, তাৰ বুকু নিশ্চয় নো- পোৱা; দয়াময় সুজন-কৰ্তাই, চকু দুটি, বেলেগ ২ দহ তৰণেৰে সাজি, কি আচৰিত নিৰ্মাণ কৌশল দেখুৱাইছে। সেই দহ তৰপৰ এটিৰ অভাৱত, দৃষ্টি শক্তিৰ ব্যাঘাত ঘটে। দহ হৰপৰ একো ২ তৰপ বিধাতা পুৰুষে কি অভপ্ৰায়ে দিছে, আৰু তাৰ এটিৰ অবিহনে দৃষ্টি শক্তিৰেই বা হানি হয় কিয়লৈ, এই বোৰ প্ৰশ্নৰ উত্তৰ দিয়া বৰ টান। সেই বিষয়ে, বহুত পণ্ডিতে, বহুত ডাঙ্গৰ ২ গ্ৰন্থ লেপিছে। চোৰ, চকু, এটি বাহিৰ। অঙ্গ, যেতিয়া এই বাহিৰ', অঙ্গটিৰে, অৱস্থা, আৰু উপযোগীতা বুজি উঠা টান, তেনে স্থলত, অমিঠ, অগ-মহ, খাপৰি, হাও-ফাও,