পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৃতজ্ঞতা প্ৰকাশ।

 সৌভাগ্য স্পৰ্শমণিৰ মাননীয় অনুবাদক জনাব মৌলবী মিৰ্জা মোহম্মাদ ইউসফ আলী সাহেব, নূৰ-অল- ঈমান সমাজেৰ পক্ষ হইতে উপৰূক্ত অনুমতি প্ৰদান কৰিয়া এছলাম হিতৈষণাৰ যথেষ্ট প্ৰমাণ প্ৰদৰ্শন কৰত আসামবাসী সৰ্বসাধাৰণেৰ ভাবী আধ্যাত্মিক মঙ্গলেৰ পথ পৰিষ্কাৰ ও সৰল কৰিয়া দিয়াছেন। সেজন্য আমি তাহাকে এবং অন্যান্য মেম্বৰ সাহেবানকে অন্তৰাত্মাৰ সহিত ধন্যবাদ না দিয়া থাকিতে পাৰিলাম না এবং তদ্দৰুণ তাঁহাদেৰ নিকট যাবজ্জীবন কৃতজ্ঞতা পাশে আবদ্ধ ৰহিলাম।

১৫৷৯৷১৫
গ্ৰন্থকাৰ৷
 

শ্ৰীযুত সত্যনাথ বৰা বি, এ, বি, এল।

শলাগনি।

মান্যবৰ মুঞ্চি চাহাব।

 আপোনাৰ পৰমাৰ্থ-দৰ্পণ বোলা পুথিখন, পঢ়ি চালোঁ। আৰু পঢ়ি বৰ সন্তোষ পালোঁ। পুথিখন যদিও আন পুথিৰ ভাঙ্গনি মাথোন, তথাপি, আপোনাক শলাগিব লগীয়া; কাৰণ, ভাঙ্গনি সুৱলা ধৰণত আৰু উজু ভাষাত