পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৬৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৪১ পৰমাৰ্থ-দৰ্পণ। ক্ষমতাত পতিয়ন যোৱা আৰু জানি লোৱ, সিবিলাকৰ এই উদগতিৰ অৱস্থা, সম্পূৰ্ণ শ্ৰম আৰু তপ-জপৰ ফল। বিনাশ্ৰমে বা অলপীয়া শ্ৰমে ওলী হোৱা নাযায়। কিন্তু আকৌ, ইটিও মনত ৰাখাঁ, যেয়ে পৰিশ্ৰম কৰিব, সেয়ে যে ওলী হব, তেনেও নহয়। খেতিয়কে, যথোচিত শ্ৰমকৈ খেতি কৰিলেই, শস্য-ধন আৰ্জিব পাৰিব যে, তাৰ কোনো থিৰাং নাই; বাটৰুৱাই বাট-কুৰি বাইও গন্তব্য ঠাই নাপায়গৈ; বিচাৰি ফুৰিও বহুতৰ বাঞ্ছত বস্তু হস্ত- গত নহয়। যি কাম, যিমান গৌৰবান্বিত তাক সাধিবৰ মিত্তে, সিনান চাৰ অয়াস, উদ্যোগ আৱশ্যক। যথোচিত পৰশ্ৰম কৰিলেও, আয়োজনৰ নাটনিত, ভালেমান কামৰ ফল-ভোগ নহয়। এতেকে, কাম যিমান বেটি গৌৰ বান্বিত, তাৰ ফললাভ সিমান কঠিন। মানুহৰ আটাই কামৰ মাজত, জ্ঞান-লাভ বেচি গৌৰ- ৰম্বিত। আকৌ, সেই জ্ঞানৰ ভিতৰত তত্ত্ব-জ্ঞান অৰ্থাৎ খোদাক চিনা জ্ঞান, সৱাতকৈ চাৰ গৌৰবান্বিত। ইয়াৰ অৱস্থা অলেখ; দুহৰাং ইয়াক লাভ কৰিবলৈ, ডাঙ্গৰ শ্ৰম, অসীম আয়োজনৰ অৱশ্যক। যথোচিত পৰিশ্ৰম {বনে; তপস্যা-উপাসনা বিনে; নেৰা-নেপেৰা যত্ন বিনে , সুচক, বহু-দশী গুৰুৰ দীক্ষা বিনে; এই মহা দুৰ্ম্মল বিভূতি কাৰো ভংগ্যত ঘটি মুঠে। আকৌ চোৱা, ৰীতি- মত শ্ৰম, যত্ন কৰিলেও, পৈণত গুৰু আদি সমস্তই ঘটি