পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৫৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰমাৰ্থ-দৰ্পণ। বিলাক টান২ কামৰ পৰা, প্ৰথমতে তেনে জ্ঞান লাভ আৰম্ভন। এই বাৰণে, পবিত্ৰ কোৰাণ শ্যাৰিফত, খোদা-তায়ালাই কৈছে, “আৰু গেটেই বোৰ সমন্ধ এৰি দি, তেখেতৰ হাতত আত্ম সমৰ্পণ কৰ, সংসাৰৰ মায়া, মোহত বন্দহৈঁ, নাথাকিব। সাংসাৰিক কাৰবাৰত হাৰাশান্তি নহব, স্বয়ং খোদা-তায়ালাই, তোমাৰ সকলো কামৰ সু ব্যবস্থা লগাই দিব , পূৰ্ব পশ্চিমৰ প্ৰভু তেওঁ, হে ওৰ বাজে আন কোনো প্ৰভু নাই; হেন জানি, তেখেতক উকীল ধৰ; যেতিয়া তুমি তোমাৰ সকলো কাজ-কৰ্ম হন্তে তেখেতক উকাস পাতিলা, তেতিয়া তুমি নিজে নিশ্চিন্ত হোৱ; সংসাৰত আকৌ মিহলি নহব; ধৈৰ্য্য ধৰ, সিহঁতে যি কয়, তত আওকাণ কৰ। আৰু সিহঁতক ৰঙ্গ মনেৰে বিদায় দিয়া”। এই বিলাক, শ্ৰম আৰু তা-জপ শিক্ষাৰ হিতো- পদেশ। ইয়াৰ গুণত তানলৈ শৰু ভাব, সংসাৰলৈ মায়া, ভোগ্য বস্তুলৈ হুতাহ, এই 'ই বোৰ দোষ, এৰা পৰিব; এয়ে, ছুফ বা সিদ্ধপু% য বিলাকৰ বাট আৰু পয়গম্বৰ, সকলৰো বাট। শাস্ত্ৰ-বিদ্যা পঢ়ি, বিছাৱন্ত যালেম সকলে, তেনে জ্ঞান লাভ কৰিব পাৰে হয়,কিন্তু নবী আৰু ওলী লোকৰ জ্ঞানে সৈতে ৰিজালে, ই যৎ সামান্য। নবী আৰু ওলী সকলে, তেও বিলাকৰ পৰম বিতোপন, উৎকৃষ্ট জ্ঞান, গুৰুৰ বিনা উপদেশে,