পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পাৰ্থ অধr পাষও নামৰ যোগ্য নহয় নে বাৰু? নিশ্চয় ইম, তাত কোনো সংশয় নাই। | প্ৰিয় পাঠক! কাণ পাতি শুনা আৰু মনেৰে বিশ্বাস (ক) কৰ; তোমাৰ গাত যি যি গুণ আছে, তাৰ ভিতৰত, কেত বোৰ গৰু, গাধ, বৰা আদি নীহ প্ৰাণীৰ; কেতৰে, কুকুৰ, শিয়াল, বাঘ, আদি হিংসক জন্তুৰ, কেতবোৰ শ্যায়ন (নৰাৰি অপদেৱতা) ৰ আকৌ কিছুমান ফেৰেস্তা (হিতাৰ্থী স্বৰ্গীয় দেৱতা)ৰ সেই গুণ বোৰৰ কোটো, কোন বিধৰ; কোন কোলে চিৰ কলীয়া, কোন কোনটো খন্তেকীয়া; আৰু তোমাৰ প্ৰকৃত অৱ কি; যেতিয়ালৈ এই সকল বিষয়ৰ ভু-ভা নেপোঝ, তেতিয়ালৈ তুমি তোমাৰ সৌভাগ্য বা পৰমাৰ্ক সম্পদ, বাট বিচাৰি লবলৈ পৈণত নোহোৱা। তোমাৰ প্ৰবৃত্তি অৰ্থাৎ বেয়া, ভাল গুণ বোৰ, তিন তিন কাৰণত বলী হৈ উঠে। আৰু সিহঁতৰ উদগতিৰ ধৰণো বেলেগ বেলেগ। খান, পিৱন, আৰু শোৱনৰ ভাই, ইতৰ জন্তুৰ শৰীৰ ৰক্ষা পায় আৰু বৃদ্ধি হয়; মৈথুনে, কামৰিপু শান্ত কৰে। গা, মঠঙ্গা, মহাল, শকত আৰু কামবৃত্তিৰ তৃপ্তি হলেই, সিহঁতৰ উদগতি হল। আৰু সেয়ে সিহঁতৰ সম্পদ বা সৌভাগ্য। যদি, (ক)কাৰণ, বিশ্বাসেই আদি মূল; বিশ্বাস নকৰিলে ঈশ্বৰুে নাই। “নাই বুলিলে, সাপৰে বিহ নাই"; বুঢ়া লোকৰ বচন।