পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ভাষাৰ বৰ্ত্তমান লেখা প্ৰণালী আৰু আথৰ যোটনিৰ সম্পৰ্কে ওঁ প্ৰাকৃতৰ এই সৰল শব্দাৱলী আৰু সৰ্বল, আখৰ `ষোটনি আমাৰ পুৰণি পুথি বিলাকত পাওঁহক। দ্বাদশ কি ত্ৰয়োদশ শতিকাৰ লেখা হুবহু আজি কালি পাবলৈ টান যদিও, যি দুখন এখন পুথি পাইছোহক তাতো এই সকল প্ৰণালীৰ লেখাকে পাহক। সেই শতিকাৰ লেখক কবি হেম গ্ৰস্বতীয়ে “≤হহ্লাদ চৰিত্ৰত” লেখিছে—— সিংহৰ সদৃস অৰ্ধেক মনুস্য কাই। হেনৰূপ ধৰি দেৱ চিৰিহৰি সত্ৰি গোট বঢ়াই “অৰ্দ্ধ কলেৱৰ, হাতৰ নধৰে বোলন্ত হিয়া দিনত ৰাত্ৰিত ত্ৰিপুল সম্ভ্ৰস বিদৰে! | একোতে নমৰে। সন্ধ্য৷ সময়ত মৰে॥” সপ্তদশ শতিকাত লেখা, বৰপেটা সত্ৰৰ পৰা পোৱা, আৰু অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক শ্ৰীযুত শৰচন্দ্ৰ গোস্বামীয়ে প্ৰকাশ কৰা, “বনমালী দেৱৰ চৰিত”ত পাও— আপুনাৰ স্বসুৰ জে সেনাপতি বৰ। তাঙ্ক লাগি আজ্ঞা কৰি পঠাইলা সত্বৰ॥ শুনি সেনাপতি সিঘ্ৰে দুত পঠাইলস্ত।

সৱে নৰ-নাৰিগ তাণৰূপ দেখি। আনক নজাই আধি তাহাঙ্ক উপেখি। চিত্ৰাকৃত যাথ সুক্ল উস্নিসে জলয়। গৌৰাজ্ব সৰিৰ মুখ পদ্মপ্ৰকাসয়॥ তিলফুল সম নাসা দেখিতে সোভণ। ডাড়িম্বৰ বিজ জেন প্ৰকাসে দসন॥ ইত্যাদি। আৰু অষ্টাদশ শতিকাত লেখা “দক্ষিণপাট সত্ৰ”ৰ পৰা পোৱা আৰু অসম সাহিত্য সভাৰ পৰা প্ৰকাশিত “ব্ৰহ্মবৈবৰ্ত্ত পুৰ!ণ”ত আমি পাওঁ— ক্ষু নিগদতি লুনা ৰাধা ব্ৰজেস্বৰি। সুনিয়োক সৱে তাক গোপাল সুন্দৰি॥” ইত্যাদি। >