পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ভাষাৰ জীয়ৰী দানবেৰ মধ্যে যেন দেব আখগুলে।" “নিষ্কলঙ্ক ইন্দুজ্যোতি পীন ঘনস্তনী। চলৎ চপলা ৰূপে কিবা বৰকায়।॥” “নিশিগত শশি দৰ্প দুৰে। অতিশয় দুঃখে চকোৰ ফিৰে॥ পতি বিড়ম্বন লজ্জিত মনে। লুকাল ভাৰা গগন বলে!” “প্ৰকৃতি বনস্পতি কুটিল তমালদ্ৰুম। মুকতি তু ত৷ কোৰক জালে॥” -কাশীদাস “ক্ষেপ কৰে দশদিকু লে.ষ্ট্ৰ বিবৰ্জ্জনে। সহজে কলঙ্কী সেতবাস্য সম নহে।” — কাশীদাস —গৌড় চিন্তামণি $> --পদ্মাবতী বিদ্যাহন্দৰ এনেকুৱা ৰূ1 পালে। আৰু ক্ৰমে এনেকুৱা গদ্য ভাষাৰ চলনো হ'ল। যথা :--- “সদাগৰ অতি কাতৰে এই ৰূপ পুনঃ পুনঃ শপঙ্খ কৰাতে সুন্দৰী ইষৎ হাস্য পুৰ্বক কহিলে ওহে চোপদাৰ এই চোৰ এতাদৃশ্য কটু দিন বাৰ বাৰ কৰিছে ও নিতান্ত শৰণাগত হইয়া আশ্ৰয় যাচিঙ্গ৷ কৰিতেছে এতএব শৰণাগতে নিগ্ৰহ কৰ৷ উচিত নহে বৰং নিৰাশ্ৰয়েৰ আশ্ৰয় দেওয়া বেদবিধি সম্মত বটে।” —কামিনী কুমাৰ “কোকিল কলালাপ বাচাল সে মলয়ানিল সে উচ্ছলচ্ছী কৰাত্যচ্ছ নিৰ্ধৰ্ব্বাত্তঃ কণাচ্ছন্ন হইয়া আসিতেছে।” —প্ৰবোধ চন্দ্ৰিকা চিঠি (স্ত্ৰীৰ ) “শ্ৰীচৰণ সৰসী দিবানিশি সাধন প্ৰয়াসী দাসী শ্ৰীমতী মাল প্ৰণম্য প্ৰিয়বৰ প্ৰাণেশ্বৰ নিবেদনাঞ্চাদৌ মহাশয়েৰ শ্ৰীপদ সৰোবহ অবন মাত্ৰ অত্ৰ শুভ বিশেষ।” ইত্যাদি