পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ সংগ্ৰহ লগত কাশীদাসী মহাভাৰতৰ ভাষা মিলাই চালে দেখ। যাব যে এই এশ বছ- ৰৰ ভিতৰতে ইয়াৰ গতি বহু পৰিমাণে পৃথক হৈ পৰে। আৰু এই সময়তেই বঙ্গ ভাষ৷ পুৰণি কাৰূপীয় ভাষাৰ পৰা বহু দূৰত পৰেগৈ। নব্য বঙ্গভাষাৰ উৎপত্তিৰ যুগ bo গতিকে এই সময়কে বৰ্ত্তমান বঙ্গ ভাষাৰ উৎপত্তিৰ যুগ বুলিব পাৰি৷ আমাৰ সিদ্ধান্তৰ সত্যাসত্যৰ বিষয়ে প্ৰমাণ দিবলৈ পঞ্চদশ খৃষ্টাব্দৰ কবীন্দ্ৰ মহাভাৰতৰ আৰু সোড়শ খৃষ্টাব্দ কাশীদাসৰ স্হাভাৰতৰ ভাষাৰ পদ কেইটামান তুলি দিয়া গল। কবীন্দ্ৰ— কশীস- কী- কাশীদাস-- “বথ হৈতে লম্ফ দিয়া চক্ৰ লইয়! হাতে। ভিষ্মক মাৰিতে যায় দেব জগন্নাথে।” “..ফ দিঘা বথ হৈতে পৰেন তখন। ভিষ্মেৰে মাদিত ধান ত্ৰিলোকেৰ নাথ।” “আইস, অ স কৃষ্ণ যে কে কহ স.হ.ৰ। তোহ্মণ। ওসাদে মুঞি ভৰি সংসাৰ॥” “শীঘ্ৰে এন কৃষ্ণ মোৰে কহ সংহাৰ। তোমাৰ প্ৰসাদে তৰি এ ভব সংসাৰ॥

ইয়াত “লম্ফং” ঠাইত “লাফ”; “ষ্মিকৰ” ঠাইত “ভিষ্মেৰে”; 'নাথেৰ’ ঠাইত “নাথ”; “আইসৰ” ঠাই “এস”; “মেম্ফকেৰ” ঠাইত “মোৰে”; “তোহ্মাৰ” ঠাইত “তোমাৰ”; “তৰিষু”ৰ ঠাইত “তৰি”; ইত্যাদি আৰু পদান্তৰত “বোলস্ব”ৰ ঠাইত “বলেন”; “কন্ত”ৰ ঠাইত “কৰেন” “হোৱন্তৰ” ঠাইত “হন”; “গৈলৰ” ঠাইত “গেল" ভৈলৰ ঠাইত "হল”, “নকৰে”ৰ ঠাইত “কৰেনা” আৰু “নাযায়ৰ” ঠাইত “যায়না” ইত্যাদি নতুন ৰূপৰ সৃষ্টি কৰি বঙ্গভাষাই প্ৰাচীনত্ব বিসৰ্জন দি, নতুন বাট ধৰি, কামৰূপীয় মাতৃভাষাৰ পৰা আঁতৰি বহুত নিলগত পৰিল গৈ। “তদুপৰি শব্দাড়ধৰেৰ প্ৰতি কচি প্ৰবণতা হেতু বাঙ্গালা সাহিত্যে....... .......সম্ভৃত পুঁথিৰ অলঙ্কাৰ ও উপমাৰাশিৰ দ্বাৰা ভাষা সুন্দৰী সজ্জিত হইতে লাগিল।” (দীনেশ বাবু ) তেতিয়াৰপৰা পদ্য ভাষাই- ‘সিন্ধু জলমধ্যে যেন পৰ্ব্বত মন্দৰ। পদ্মবন ভাঙ্গে যেন মত্ত কৰিকৰ। স্বগেন্দ্ৰ বিহুৰে যেন গজেন্দ্ৰ মণ্ডলে।