পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ সংগ্ৰহ এনে অৱস্থাতে৷ অসমীয়। সৈন্যৰ পৰাজয় হল কিয়? ইয়াৰ নানাৰকম কাৰণ নিৰ্দ্দেশ কৰা হৈছে। বুৰঞ্জীবিলাকৰ মতে অনমীৰ৷ সৈন্যৰ ভিতৰতে একমত "নোহোৱা বাবে গ৷ লাগি যুজ কৰা নহল আৰু সেই বাবে শত্ৰু পক্ষ জিকিল। “পাছে থকবক বুঢ়াগোঁহাই পৰিবৰ শুনি ৰজা বোলে গোঁহাই বোৰে গা লগাই যুজিলেহেঁতেন মোৰ বুঢ়াগোঁহাই কিয় ৰণত পৰিব বঙ্গাল শত্ৰু বা কিন্তু সাৰি হ'ব পাৰিব? যিহেতু গা লগাই নুযুজিলে এতেকেহে গোঁহাই ৰণত পৰিল। গোঁহাইবোৰে বোলে আমি বঙ্গালক বেঢ়ি ধৰিলোঁ, খাব নেপাই বল থিন হওক তেহে আমি চাপি ধৰিম। লেচাম চিৰিং নেওগে বৰ কথ৷ মাতি গালি পাৰিলে। গালি শুনি হে চাপি ধৰিলোঁ। গোঁহাইও পৰিল বঙ্গালো সাৰিগল।” ( বুৰঞ্জী )। গেইট চাহাবৰ মত গোঁহাইবোৰে ৰজাৰ কথামতে নচলি কিছুমান মোগল অশ্বাৰোহী সেনা আগ বাঢ়ি অহা দেখিয়েই থেদা দিয়াত যুদ্ধত পৰাজয় হল। মিৰ্জানাথুলাই লিথ| বিবৰণৰ পৰা দেখা যায় যে মঙ্গল চাওঁতে গোঁহাইবোৰে জানিছিল যে যুজ কৰিলেই ৰজাৰ সৈন্যৰ পৰাজয় হব এনে অৱস্থাত ৰজাই আজ্ঞা পঠালে যে আক বাট চাব নেলাগে, বঙ্গালক ধৰিব লাগে। এই আজ্ঞা পাই গোঁহাইবোৰে অনিচ্ছ। স্বত্বেও যুদ্ধ আৰম্ভ কৰিলে। ইও পৰাজয়ৰ সম্পূৰ্ণ কাৰণ যেন অনুমান নহয়। আচল কথা এই যে অসমীয়৷ সৈন্য যেতিয়া হাজে। পাইছিলহি তেতিয়া তাত মাত্ৰ সেখ কামাল অলপ সৈনৰে আছিল। গেঁাঁহাইবোৰে মঙ্গল চাই ভাল দিন ক্ষণলৈ বাট চাওঁতে বৰনগৰৰ পৰ। কুলিজথা আৰু দক্ষিণ কুলৰ পৰ৷ মিৰ্জানাথল। আক ইচুফ বৰলাচ নিজ নিজ সৈন্য লৈ সেখ কামালৰ লগ ললেহি, তেতিয়াঃ যোগল ফৌজ থুব বগী হল। এনেতে ৰঙ্গাৰে৷ অজ্ঞ। আহিল যে আৰু বাট চাব নেলাগে। নিব ইচ্ছাৰ বিৰুদ্ধে গোঁহাইকোৰে যুদ্ধলৈ সাঈম হওঁতে কিছুমান বঙ্গালে ফাকি কৰি পলবিৰ উপক্ৰম কৰা যেন দেখুৱালে। ইয়াকে দেখি “পেচাম চিৰিঙ্গে তিনিওজন গোঁহাইক ঘালি-বচন বুলিলে, বঙ্গাল যে ভাগে তোমালোকে নধৰ। কিন্তু? এই বুলি লোক সক- লোকে| কোবাই যুদ্ধক সম্মুখে পৰ্ব্বতত তুলি দিলে বঙ্গালক কাটিবাক প্ৰতি। বঙ্গালে৷ সাজু হুই আছে। পাছত মনত দুখে তিনিজনা গোঁহাই আনে। সকল আহোম পৰ্ব্বত উঠি যাওঁতে বঙ্গংলে ঘেড়৷ মেলি যাকে ঘৈতে পালে তৈতে কাটিলে। থকবক বুঢ়াগোঁহাই পৰিল। নাও-নাৱৰা আহিল৷ পাতি, যত হিলৈ সকলো পৰিল। যত লোক পৰিল তাৰ সীম৷ নাই — আৰু হস্তী পৰিল ৮০ চাৰি ফুৰি” ( বুৰঞ্জী )। মিৰ্জ্জাৰ বিৱৰণ মতে ৩৭.০ অসমীয়৷ সৈন্যৰ মৃতদেহ