পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমাৰ জাতীয় দৈন্য আৰু ৰাজহনীতি আমাৰ আয়ব্যয়ৰ হিচাপ এই ঘোৰ দুৰৱস্থাৰ প্ৰধান কাৰণ আমাৰ আয় কম আৰু খৰচ বেচি। গৱৰ্ণমেণ্টৰ অতিৰঞ্জিত হিচাপকে মানি ললেও দেখা যায় অসমৰ প্ৰত্যেক পুৰা মাটিও গড়ে ধান হয় সোতৰ মোণ আৰু প্ৰত্যেক হালে গড়ে খেতি কৰে ২০. বিঘা। ইয়াৰ ভিতৰত, ৩ পুৰাত দ্বিতীয় খেতি হয়, প্ৰতি পুৰাই ১০ মোণ কৈ। অৰ্থাৎ মুঠতে ধান হয় ১১৫/ মোণ আৰু মোণে ১০০ অনাকৈ ধৰিলেও আয় হয় ১৪৩৯ টকা। বহি থকা সময়ৰ আৰ ৩ মাহত যদি মাহে ৩২ টকাকৈ ধৰা হয়, বছৰি ৯৯ টকা অৰ্থাৎ সৰ্ব্বমুঠ আৰ এটা খেতিয়ক পৰিয়ালৰ বছৰি ১৫২৭ টকা। যদি প্ৰত্যেক পৰিয়াল অতি কম হিচাপেও চাৰিজন জনপ্ৰাণী থাকে তেন্তে প্ৰত্যেক জনৰ দিনে গড়ে আয় এক অনা আঁঠ পাই। তেনেকৈ হিচাপ কৰি, চালে দেখা যায়- শিল্পীব আয় বছৰি–১৯৯৭ টক৷ বেপাৰীৰ , – ১৮০, ঘৰুৱা চাকব .. দৈনিক বনুৱাৰ, 23 ১৯২১ চনৰ চেঞ্চচি অফিচাৰ মিঃ লয়েডে হিচাপ কৰি গড়ে আয় উলিয়াই- ছিল ৯৪ পাই, কিন্তু Price Level মিলাই ললে সেই আয় বৰ্ত্তমান শস্যৰ দামত মাত্ৰ /১২ পাই হয়। তলত দামৰ নিৰিখ দেখুৱা হল – Index No. ইয়াৰ পিচত আমি হিচাপ কৰি চাষ ৪জন পৰিয়াল থকা এখন ঘৰৰ . প্ৰাণী কেইটাৰ প্ৰাণাহাৰৰ কাৰণে কিমান গৰছ লাগে! ১৯১৪ ––১৯২০ – – ১৯২৮ ––১৯৩৫। ১০০—- ১৮০ – – ১৩২- –৯১। Pain necessity দুখীয় অৱস্থাৰ আৱশ্যকতা -20" ধান / নোন লো! ( গৰুগুৱাবলৈ i খাদ্য বছৰি দাম নাহে দিনে 01/0 / পাই