সমললৈ যাওক

পৃষ্ঠা:প্ৰাণৰ গান.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰাণৰ গান ৷ জোনৰ হাঁহিটি দেখি হাঁহিছিলো দুয়ো পৰিছিল হিয়া শাত তযু পৰ্শত ৷ আছেনে মনত প্ৰিয় তাহানিৰ দৰে কুলিটিয়ে গোৱা সেই গীত সুমধুৰ, কত নানা বৰণৰ নানা তৰহৰ . হালিজালি নাচি থকা ফুলনিৰ ফুল । কি বুজিবা ৰজা তুমি পুৰুষ ভোমোৰা প্রিয় জন বিৰহিনী কামিনী ফুলৰ, ৰাৱণৰ চিতা প্রায় উমি উমি জ্বলা বিৰহৰ জুইশিখ৷ দখল প্ৰাণৰ। নিভউ আহিব ঊষা পৰাণ ভণীটি নিতউ আহিব দেহি নিশা অৱসান, পৰাণ দেৱত। মোৰ কেতিয়া আহিবা কেতিয়া কৰিব৷ মোৰ দুঃখ অবসান ।