এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
প্ৰাণৰ গান ৷ লাজুকী কবিতা। কঙ্ক আজি মোৰ মন্দিৰৰ দ্বাৰ, কিয়নো আনিলা পূজাৰ সম্ভাৰ ; লগত সখিক লই, কিয়নো থাকিলা বই, কিয় হ'ল তোমাৰ মলিন বদন ; কোনেনো হৰিলে গালৰ বহন । কিন্তুৰ বাজিল তোমাৰ ? প্ৰাণত ৰূদ্ধ দেখি মোৰ মন্দিৰৰ দ্বাৰ ; ফুলৰ কৰণি লই, কিয় ব'লা থিয় হই, পানীৰ টোপাল দেখো নয়নত ; কিনো কথা তুমি ভাবিছা মনত ?