পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। - চতুৰ্দশ শতিকাৰ শেষ ভাগত মুছলমান ৰাজ্যৰ শাসন ঢিলা হোৱাত ৰূপচলখা নামৰ ঋনোজপূৰীয়া তুল বাধীন হৈ উঠে। এও'ৰ সময়ত কনৌজপুৰেই কৰ্ণপুৰ নাম হয়। ৰূপচখাৰ পুত্ৰ ৰামখা ভুঞা কৰ্ণপুৰৰ ভক্ষা হয়। বিশ্বসিংহ ৰজাৰ সময়ত ও “বৰ খুলি পৰিচিত হৈছিল। এও'ৰ সম্বন্ধে দৰঙ্গজ বংশাৱলীত লিখিছে- অনন্তৰে দুৰ্গাক ভৈলেক বিশ্ব। কৰ্ণপুৰ ভূকি খেদি দিলা ৰণ। ৯০ ধুমাজয় ৰণ ভৈলা ভূঞাৰে সহিত। যতেক মৰিল সৈন্য নাই পৰিমিত। অন্ত্ৰে শয়ে যায় জোৰে পাণ্ডা বাৰু, হানে। অসংখ্য মাৰিল সৈন্থ বৃন্দুৰ সন্ধানে। ৯৪ ছকুৰি মৰিল হস্তী ঘোৰা,পাঞ্চশত। দুতয় শতেক উট ৰণে ভৈলা হত। যুদ্ধত নিপুণ বৰ শিৱৰ নন্দন। দশ হাজাৰেক সৈন্য কৰিল উচন॥ ৯৫ ভূঞায়ো ধৰিলা পাছে অন্যায়, সমৰে। শিৱৰ নন্দনে যুদ্ধ কৰে, একেথৰে। সিদিনা দুৰ্গাৰ পাৱে নইল ভকতি। এতেকতে সৰে ভৈলেক আশকতি.৯৪ সেহি হেতু ভৈলা ভঙ্গ ভূঞাৰ ৰণত। মহেশৰ পুত্ৰ গৈয়া পশিলা বনত। তিনি দিন নিৰাহাৰে ফুৰে দুখ পাই। মেচনী স্বৰূপে দেৱী মিলিল। সি ঠাই॥ ৯৭ ইয়াৰ কিছু দিন পাচত ভাক হঠাৎ আক্ৰমণ কৰি জয় কবে “কতিপয় দিন আছে চৈত্ৰ মাস গৈল পাছে বৈশাখৰ বিষু সময়ত। ৩ঞাসৰ যি আছিল। সৈক বিদায় দিলা বিনা সৈন্থে ৰহিলা গৃহত। সেহি বেলা বিৰায় - সময়ত যাই কৰ্ণপুৰ ভূঞাক মাৰিলা। তাৰ লগে সৈন্ত যত সবাকে কৰিলা হত মনৰঙ্গে দুৰ্গাক এৰিলা।১১৮ ৰামণা এইদৰে পৰান্ত হয়; তেওঁৰ গ্ৰী-পুত্ৰ ধন-ঐখ সমস্ত নাশ হয়; আৰু তে পলাই উলীৰ শিৰোমণি ভুঞা কুসুম্বৰৰ আশ্ৰয় লহি। ৰামণা কৰ্ণপুৰত থাকোতে প্ৰতাৱতী আৰু ৰাষা নামে