পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লম পত্যকাৰ সুযোগ্য স্কুল ইন্সপেক্ট- শৰ পুৰীয় যুক্ত শৰৎ চন্দ্ৰ গোস্বামী জাই, এ, * দেৱে অনুগ্ৰহ কৰি যোৰহাট। ১মং মুনি পান আৰু ছাপা কৰি উলিয়া কামৰূপৰ কায়স্থ জাতিৰ ইতিবৃতখন মোক কেতিয়াই দিছিল। মধ্যে তেতিয়াই আতিগুৰি মাৰি পুথিখন বৰ আগ্ৰহেৰে পঢ়ি চাইছিলো। সেই এ বিষয়ে ৰোৰ মতামত তোক প্ৰত্যক্ষে কৈছো। কি জানি লেখি দিলেও তুমি ভাল পাৰা বা তোমাৰ কামত আহিব, ইৰাকে ভাৰি তলত মোৰ সংক্ষেপ মন্তব্য লেখিলো। অসমীয়া ভাষাত বুৰঞ্জী-বিষয়ক মৌলিক গ্ৰন্থ নাই বুলি কলে অত্যুক্তি হয়, এই কাৰণে যে আগেয়ে লেখি থোৱা আহোম-বুৰঞ্জী কেইখন আৰু চৰিত্ৰ-পুথি কেইখনৰ বাহিৰে আধুনিক যুগত কোনো পণ্ডিতে পৰিশ্ৰম কৰি নানা প্ৰকাৰ তথ্য সংগ্ৰহ কৰি কোনো ঐতিহাসিক গ্ৰন্থ প্ৰণয়ন কৰা নাই। তুমি কোনো এক বিষয়ক (কায়-জাতিৰ প্ৰখ্যাত বংশবিলাকৰ বিষয় ) এনে এখন গ্ৰন্থ ৰচনা কৰি একাশ কৰি উলিয়ালা। ই তোমাৰ পৰিশ্ৰম, অধ্যৱসায় আৰু বিদ্যেৎসাহিতৰ চিন। ভৱিষ্যতে অসমীয়া জাতিৰ ইতিবৃত্ত লেখো কোনোবা ওলালে তোমাৰ গ্ৰন্থৰপৰা তেওঁ অশেষ উপকাৰ পাৰ। এন না একাৰ তথ্যেৰ তৰা। ইয়াত সাধাৰণৰ অৰিতি অনেক কথা আছে; আহোম পুৰ কামৰূপৰ বুৰীৰ সম্পৰ্কে বহুতে কথা ইয়াৰপৰ পাৰ পাৰি। তুমি এই গ্ৰন্থখন উলিয়াই দি এজন ঐতিহাসিক পণ্ডিত হিচাবে আমাৰ সাহিত্যত সদায় উল্লিখিত হৈ থাকিব। ইতি—আশীৰ্বাদ। pertany - আশৰৎ চল খোকামী।