পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এই ঋণৰ চাৰৰ ৰিমাৰী চছে কে তেওঁ সেই সময় খ্যাত হৈছিল। প্ৰতিষ্ঠা লাভ কৰিছিল। তেওঁ থানীয় শিক্ষা, যা আজি কাম কৰিছিল। এইবোৰ কামৰ সময় জুলবি শিক্ষা লাভ কৰিবলৈ এই বংশৰ বংশধলকলে গতিৰ লগে লগে চলিৰপৰা গুণেই এই-বংশই এভ্যিাও পূৰ গৌৰৱল কৰি সেই সময়ৰ এজন খ্যাতনামা উল জলি যুত নীলমাধৱ ৰ-আমাৰ কায়েস, ফিকাহত এতেই এমএল-এ, বি-এল. ভাল। অলপ বিন ওকালতি কৰাৰ পাচতেই পৰ্বত দেয়াৰ (বগীবাড়ী) ৪ পাই ইটে দেওয়ান নিযু হৈ বিশেষ দক্ষতাৰে আঠ বছৰ কাম কৰি, বৰ্তমানে খুৰুৰীত ওকালতি কৰে আৰু নিজৰ জমিদাৰী চলা। খেত কামৰূপ কায়স্থ সমাজৰ সভাপতি আৰু নিখিল ভাৰতীয় ফায়স্থ সভাৰ সল। বলল নানা পৰ আনত এখেতৰ যোগ আছে। বৰুৱা ভাঙৰীয়া ভিখি বসল, সৰল, দয়ালু আৰু উদাৰ হৃদয়। এখেতে লোকক সঙ্গ উপদেশ দিবলৈ পালে বিশেষ সৰোষ পায়। শালকোচাৰ বৰুৱা বংশ শক্তি উপাসক। এওঁলোকৰ ঘৰত শক্তি আৰু মহাদেৱ বিগ্ৰহ স্থাপিত আছে। বাৎসৰিক দুৰ্গোৎসৱ আদিও এওঁলোকৰ ঘৰত হৈ থাকে। এওঁলোেক অধৰ কিয়া ফৰ্মত ক। দানশীলতা, সৌজ, অতিথি অভ্যাগত এ বি বাবে এই ৰিয়ালে সকলোৰেপৰা আলৈ প্ৰশংসা লাভ কৰি আহিছে। এই ঋণৰ পূৰ্ব পুসকলে দিয়। ৱোত্তৰ আজিও স্থানীয় আসলে ভোগ কৰিব ধৰিছে। মৈমনসিংহ জিলাৰ চুনকান্দা গাৱৰ ভট্টাচাৰ্য্য বংশ এওঁলোকৰ গুৰুষ। -মা বয়া; নীলমাধৱ বৰুৱা