পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাষস্থ সমাজৰ ইতিবৃত্ত . নাৰায়ণ গোমথা ৰণত নিহত হল। বিশ্বসিংহে তেওঁৰ পৰিয়ালৰ সকলোকে কাটিলে-নগৰ লুটি সমস্ত ধন-সোণ নিলে। নাৰাষণ শেষ বাৰ ৰণলৈ যোৱাৰ সময়ত যুদ্ধৰ ফল ভাল নহব যেন অনুমান বৰি তেওঁ এটি নাবালক পুত্ৰ ভোগীৰথক মোমাষেক বংশীধৰ ভূঞাৰ ঘৰত থৈ যায; কেৱল এই পুত্ৰটিহে তেওঁৰ ৰক্ষা পৰে। “ভোগী নামে ছোটপুত্ৰ মাতুলৰ ঘৰে। মাৱে সমে থাকিল পশি অভ্যন্তৰে। ভাই ভাগী ছিল যত সবাকে কাটিলা।” ৰঘুপতি। এই কমে নৰায়ণ গোমথা ভূঞাৰ পতন হয়। নাৰায়ণ গোমথা এইদৰে ধংস হোৱা দেখি অন্যান্য ভণসকলে বিশ্বসিংহৰ বশ্যতা স্বীকাৰ কৰে। এই ঘটনা ১৫২০২৫ খৃঃ অব্দত হোবা যেন অনুমান কৰিব পাৰি। নাৰাষা গোমথ। থকা ঠাইক “গোমথা গড” বুলিছিল। এই গমথা গড় সম্বন্ধে শ্ৰীযুত গগন চন্দ্ৰ বৰুৱ। সূল চব ইনিস্পেক্টৰ মহাশযে লিখিছে :- “বামৰূপ জিলাৰ দক্ষিণ বৰক্ষেত্ৰি মৌজাৰ ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰত অনুমান ১৫ পূৰা মান মাটি জৰি এড়োখৰ কাঠনি ঠাই আছিল; ইয়াক মানুহে ১৮৯৭ চনৰ ভূমিকম্পলৈ “গোমথাৰ গড” বুলি নদেশ কৰিছিল। এই গডৰ ভিতৰত সুৱা আৰু ধবা নামে দুটা ডাঙৰ পুখুৰী মৰি, যোৱা অৱস্থাত ছিল। এই ঠাইৰ মাজত এটা বৰ ওথ ভেটিৰ চিন আছিল, আৰু তাৰ ওচৰত অম-কঁঠাল, কীহ ০ হা ঝাৰ ইত্যাদি অছিল। এই ঠাই বৰ জয়াল বুলি কোনো লোক তাত বাস কৰা নাছিল। মই আৰু শ্ৰীমান কৰুণাকান্ত বৰুৱা (ডিপুৰী ইনিস্পেক্ট) ভূমিকম্পৰ পিচত যেতিযা চেঙ্গাৰপৰা কালদিলৈ 'হেঁ, তেতিয়া গড়ৰ আধা ব্ৰহ্মপুত্ৰে খহাই নিযা দেখিছিলোঁ; বাকীখিনি এতিযালৈকে আছে • কব নোৱাৰে॥” স্বাক্ষৰশ্ৰীগগনচন্দ্ৰ বৰুৱা। গোমথা গডৰ উত্তৰে কাপল। আৰু তাপ নামে দুপন গাওঁ আছে। জনশ্ৰুতি—কাপ সাত বিশ্বসিংহৰ শত নাৰাযা ভূঞাৰ শে। ৰণ হৈছিল আৰু এই ৰাতে তেওঁৰ কপাল ভাঙে (মৃত্যু হয); তাপাগ্ৰাম সেই যুদ্ধৰ সময়ত একেবাৰে ধ্বংস হয—সেই কাৰণে সেই ঠাইৰ নাম হেনো “তাপা” হৈছে। এই • পাতে পৰৱৰ্তী কালত নাৰায়ণ ভূঞাৰ পুত্ৰ ভগীৰণে নগৰ পাতি বাস কৰিছিল। ভোগীথ আৰু (তওঁৰ বংশধৰসকল কোচ আৰু আহোম ৰাজৰ তলে বিষয খাইছিল। ইবিলাকৰ বিৱৰণ পুৰুষী শাৰ লগত দিয়া হৈছে। শ্ৰদৰভূঞাৰ বংশধৰসকল বৰ্তমানে কামৰূপ জিলাৰ চামতা, দিৰুৱা, জযসাগৰ, উলুবাৰী, চেঙা আদি

  • ৱিত বাস কৰে।

IDr. Wade চাহাবৰ An Account of Assam' কিতাপত নাৰায়ণভূঞা সম্বন্ধে অলপ কথা পোৱা যায়; আমি তলত সেই কথাখিনি উদ্ধৃত কৰিলো :- "Narayan Buinia's Challenge. Narain Buinia about this time dispatched a messenger to the Prince, who has orderd to address in the following words—"Bisweh, who wert lately a Cow-