পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

The প্ৰিয় দৰ্শন গুণালয় এখানে নিয়ে সৰ্ব আগে মৃ৫ কিতিপতিকুল মেনি মানালি ঠ ক ১ গেৰে সৰখৰ হহি লি দিতীয় কিনি দু ভেলে নিতিো গতি প্ৰষ্ঠ অবহৃতি দিৱততে কামৰূপ নিজ সিমে পত্ৰসৎ পত্ৰী প্ৰাদান্ত দেব বৃত্তি ৰক্ষিণি- অবশে সিং নবোৰাণ সিংহৰ কামদেশৰ বৰুয়া ও বড়কায়স্থ ও চৌধাৰী ও পটোৱাৰী ও তালুকদাৰ ও ঠাকুৰিয়া আনোসকলে সাবধানে জানিৰ খাতা পগলাৰ ওৰাৰা তালুকৰ কালাকুছি গ্ৰামৰ পাইকৰ ওপৰ হৰি মাটিৰ পূবে মৰানই পশ্চিমে বিলৰ পশ্চিম ফলা দক্ষিণে মৰানৈ উত্তৰে কালাকুছিয়া পাইকৰ নিজা এই চতু হদৰ মধ্যত জমি ৪৭ পুৰা বড়ি ৯ পুৰ মুঠত ৫৬ পুৰা যিল ১ খান বালিদিয়া গ্ৰাম জমি মাটি ১ পুৰ বড়ি বাড়ি ১০ পুৰ মুঠত ২০ পুৰা নগ্ৰামৰ সোনাভকতে খোয়া বাবদ জমি ৯ পুৰা বড়ি বাড়ি ২ পুৰা মুঠতে ১১ পুৰা ধনে পাইকে খোয়া বাড়ি এটাত ২ পুৰা মুঠতে আমি ৭৪ পুমা বাড়ি ১৪ পুৰা এই পৰগনাৰ ভকত আৰাজমৌ তালুকৰ দিপলগে গ্ৰামৰ গ্ৰামিক কত ভোলা কৰ্তিতা ১খ। পোয়া ও তালুক নিজ ওৰাৰ গ্ৰামৰ গ্ৰামিক ভকত চাওখন কোহ ১ ঘৰ। পো চেকিয়া মুঠত মানুহ ২ ঘৰ। পোয় এই মাটি মানুহক ৰ পুৰ্ণাথে মঠ ঘৰ বান্ধি তেল বন্তি দাই আখি শুশ্ৰষা কৰি থাকিষৰ নিমিতে হলিৰাম কাকতিক দিয়া গল পুৰ পৌত্ৰাদি মে পম খেতে কৰি থাকিবেক ইহ মাটা মানুহৰ কৰ কাটাল পদ পঞ্চক বেঠ বেগাৰ চোৰ চিনালা ধুমতি নামে জলকৰ জৰকাৰে হাট ঘাট দান খুত ৰাজদণ্ড বিতিৰে সৰ্ব বা পৰিত্যাগ হৈল ইহাতে কোলে জনে, অথা নাচৰিবে। ইতি শক ২৬৮৯ তাৰিখ ১১ (not Legible) Certified Copy 8636, V/8/16 এই অকপটে খায় নকল কৰোতাৰ মূল হলে সেই নয় “কামদেশ আছে। সেই সময়ুত কামৰূপ থেকে ১ আৰু অহা তো কামদেশো'বোলা বুলি ধৰিব পাৰি।