পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লোহৰ পৰিাতি সম্ভৱতঃ গোপাল দিনত হেপাখি ‘বন্দী যশোল গত ১৬ বিঘা ধৰ্নোতৰ ঘূৰি লাভ কৰে। এই আট লাল শাক শিল্প সৰ ৰ আৰু ন্যায্য বংশালে যোগ কৰি আহিছে। কত তেওঁলোকৰ ঘৰত নাই। কেৱৰ নাৰি ফৰাৰ অৰ্থে কোনো মুমিন কল গো হৈছে; তা এটা নকল ইয়াছে তুলি দিয়া হল। মোক বড়পেটাৰ এঃ এঃ কী সাহেব সলিপ Court Fee. 23. 11. 79 বাবত। মৃত সনদ ওৰফে কুলীয়া মেধিৰ দৰখাস্তকাৰী স্থানে তেওঁৰ নামিক ওমী মাত এজিউৰাম মেধি অধিকাৰী তাজ্য শ্ৰঃ কমলপৃয়ায় কৰা নামজাৰি সাং সত্ৰ শিলৰ মৌঃ সৰুক্ষেত্ৰ। মোকদ্দমা সাৰিলে মোন হেজাৰাৰ কমলয়াৰ শ্ৰেনীতে মৃতৰ স্থলে সৰিকী স্বৰে এজমালিতে নামজাৰি কাষনা। ময় দৰখাষ্টকাৰীৰ নিবেদন এই মহাৰাজ মৌজা সৰু ক্ষেত্ৰিৰ শিৰা সত্ৰৰ বাজাপ্ত মোত্তৰ ১৫ পুৰা কাতে ৬০ যাঠ বিঘা ও বোগীচাৰ গ্ৰামত বহালী ধৰ্মোক্তৰ ৯ পুৰা কাতে ৩৬ ছয়ত্ৰিশ বিঘা হকচম জমী আমাৰ ও মৃত সতান ও ধনেশ্বৰ অধিকাৰীৰ পৈত্ৰিক এজমালী তাৰ ভিতৰত • আনা থে কেবল ধনে ও বাকী॥ আনাত মোৰ ও মৃত সতান ও তা আদিৰ ৰ নিমিতে এতদিন ধনেখৰ ও সনদ এজমালীতে নামজাৰিতে তোগ দখল কৰি আহিছে। সকাল মৰাত উক্ত এমী মত তাজ্য কমলপুয়া মৰা পতিৰ স্থলে নামজাৰিৰ প্ৰাৰ্থীত হতে এপ্তাহৰ জৰি হৈছে, যদিও আগে সু সৰিক এন মাত্ৰ নামজাৰি আছিল তথাপি গ্ৰীৰ নামজাৰি হব লাগিলে আমাৰো নামজাৰি হওয়া উচিত নহলে ভবিষ্যতে আমাৰ ঘৰ বিয়ি হযৰ সম্ভৱ। এতেকে আনা প্ৰমাণাদি গ্ৰহণে পৰিল আজ ও গতিৰ অংশে কমলপুৰিকাৰ তকৰ লে নামজাৰি কৰাৰ আল হত। শিউনি অধিকাৰ বেশি।