পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰিছিল—প্ৰায় বছৰে ঘৰে মায়শ আৰু এবাৰী নষ্ট হচ্ছিল। কখলে নেকি এদিন পুৱা নাম এসব অত ফুল নিশালি টো এটাত ভৰাই ৰাৰে দুয়ো নৈৰ মাজলৈ যায়। লৈ দুখান ভৰি পাৰ বাগৰি অপিৰ পৰে হৈ উঠিছিল। লোহঞ্জে দুই নদীৰ মাজত লায় যাই- হাতত নিৰ্যালি টেমাইতে খুশি প্ৰভূদেৱে লয় নিতে। নামক উচ্চাৰি ফেলাই দিলা নদী মানে। নিৰ্মালিক দিলা নদী শাক্ত তৈলা দেখিলে ভক্তগণে। দুৰ্দান্ত নদীও ৰপ এৰি শান্ত ভৈলা নামে। মনোহৰদেৱৰ চৰিত্ৰ। প্ৰবাদ আছে যে সেই সময়ৰপৰ নদী দুখানৰ উৎপাত কমে। মনোহৰদেৱে সৰুক্ষেত্ৰি মৌজাৰ ভিতৰত শিং, কাপল আৰু নসত্ৰ নামৰ তিনিখান সত্ৰ স্থাপন কৰে। চৰিত্ৰত পোৱা যায়-জয়হৰি আৰু চক্ৰপাণি নামৰ দুজন কায়স্থ ভূঞাৰ লৰা পিতৃ-মাতৃ বিহীন হৈ সৰু কালতে আহি মনোহৰৰ আশ্ৰয়ত থাকে। মনোহৰদেৱে দুয়োকে ধৰ্ম দি জয়হৰিক কাপলা সত্ৰত আৰু চক্ৰপাণিক নসত্ৰত অধিকাৰ পাতে। এই দুইত্তনৰ বংশধৰসকল বৰ্তমান সময়লৈ ধৰ্মচাৰ্য্য হৈ আহিছে। প্ৰবাদ আছে মনোহৰদেৱ পোন প্ৰথমে নসত্ৰলৈ যাবৰদিনা পানীৰ অভাৱত ভক্তসকলে কষ্ট পোৱা • দেখে; আৰু ভক্তৰ দুখত তেওঁ ভগবানৰ নাম জপ কৰি হাতৰ আঙঠিটো এটা কাকৰাৰ গীতত পেলাই দি কয়—“প্ৰভু, পানীৰ অভাৱত ভক্তসকল অস্থিৰ হৈছে।” তাৰ অলপ পাচতেই তাত এটা পানীৰ উৎস উৎপন্ন হয় আৰু সি এটা কুৰত পৰিণত হয়। এই কুৰটো বৰ্তমান সময়লৈ নসত্ৰৰ ওচৰত আছে। ২ কুমৰীকাটা জানৰ সৈতে সংলগ্ন। এই কুক “বাণ কুৰা” (সুবৰ্ণ কুৰ) বোলে। মনোহৰদেৱে নামবভাগ, ধৰ্মপুৰ, সৰুক্ষেত্ৰ, উপৰবৰভাগ, বৰক্ষেত্ৰ, বালি, জালাহ, সৰু বংশৰ, ভবানীপুৰ আদিত ধৰ্ম প্ৰচাৰ কৰিছিল। বৰ্তমান সময়লৈকে তোৰ বংশধৰসকলৰ উক্ত ঠাইবোৰ আৰু সোণাপুৰ, তামুলপুৰ, সত্ৰা, ছুটিয়া, দক্ষিণপাৰে কিছুমান গাৱত শিষ্য-সেৱক আছে। মনোহবদেৱ শিংৰাত বহুকাল বাস কৰিছিল। এসময়ত তেৰা নামৰভাগ পৰণাৰ অভিভাঙা গাৱলৈ আহোঁতে তাৰ শিষ্যসকলে কিছুদিন তেৰাৰু ৰাখিছিল। যি ঠাইত মনোহৰদেৱে ৰাস কৰিছিল পৰবৰ্তীকালত সি ‘খান’ বুলি প্ৰখ্যাত হয়; কানে ইজাক “দেৱয়নোৰ থান” বলে। এই গান পালন কৰিবলৈ নোহৰদেৱে নানাৰ নামৰ গাৱৰপৰা ৰেশৰ নামৰ। ৰ'লৰ এক আনি “মেধি ৰাৰ দি পাতে। হৰেখৰ মেশিৰ ৰূশ বৰ্জমান নয়লৈ অঙ্কে আৰু তেনে এই গান খন পান্থন কফি আহিছে। এই টি ষ্টেচনৰ দক্ষিণ ২৪ মাৰ দু ফোনৰ কাষত। এই মাটি কাগখ্যাৰ জোগনিক ভিত বোমাইছে। -