পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

KI ফায় সমাজ ইতিবৃত। ইয়াৰ পাচত মনোহৰে সামোদৰদেৱৰ ওচৰত শৰণ নয়। কোৱে গান সৈতে মনোক 'স বালি দিয়ে যেন গুনি মনোৰৰে শৰণ লৈল। দামোনৰে ভক্তি ও বাপিয়া খৈ। ভগবান সমে তান “সঙ্গ বা’ি দিলা। আলোক লোফ বুলি আদেশ কৰিলা ৪২ প্ৰণামি চলিলা জয়ে এক প্ৰতি হই। বেতমাৰি ফুলগুৰি সত্ৰ কৈলা গই। লোক ভজাই মনোহৰে থাকিয়া তথাত।” গ্ৰামোদৱে চৰিত্ৰ। মনোৰদেৱৰ চৰিত্ৰ মতে “মনোহৰ নামটো প্ৰদামোদৰদেৱে দিয়া; এওঁৰ নাম আগেয়ে তাম্ৰধাজ আহিল- “শুনা শুনা মহামন্ত্ৰী বচন আমাৰ। মোহিত হইছছা দেখি গঠন তোমাৰ। অপূৰ্ব জেউতি মই দেখিলে তোত। তাম্ৰধ্বজ নাম তব নোহে মুশভিত। তাম্ৰধ্বজ বাদে মনোহৰ নাম দিলো। নামৰ আগত দেৱ শৰ প্ৰদানিলোঁ। আজি হতে ভৈলা তুমি দেৱ মনোহ। পৃথিবীত কৰা তুমি ধৰ্ষক প্ৰচাৰ। দামোজৰে বোলে গুনা মনোহ। তুমি। আজি হন্তে অধিকাৰী পাতিলোহ আমি। অধিকাৰী হোৱা তুমি আমাৰ বচন। ৰাজ্যৰ লোক তুমি কৰিয়ো শৰণ। আজি হতে অত্যাচাৰ নকৰা ভক্তক। মন্ত্ৰী পদ এৰি এবে প্ৰচাৰ বৰ্মক। X X দামোদৰে বোলে শুনা তুমি মনোহ। আজি হয়ে তুমি মোৰ শৰীৰ সমসৰ। বংশ অনুক্ৰমে তব হব অধিকাৰী। আমতে থাকিবে এক এচাৰি। মনোৰদেৱ চলি।