পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • আশে দিল।

কৰি দিলি উজীৰ লৈ। ৪০১ দে দে পাল, পৰ্ব গুণাকৰ। হয় এ বিজ পথ। ফুলগুৰি গোৱালপাৰা লিঙ্গ শাহ নৈৰ কাষৰ ফালে। বিসিংহ ৰাজাৰ দিনত ফুলৰ চাৰু নামৰ এজন ৰাখাল [ গল; এ বিষসিংৰে অধীনতা যীফাৰ কৰি কোচৰাজ্য বিস্তাৰত শাই কৰিছিল। বেগিনী এই গৰু ভূঞাৰ সন্ততি বুলি অনুমান হয়। উত্তৰ বেৰুগিৰীৰ পুত্ৰ মনোৰ। এওঁৰ বিষয় নীলনে লিখিছে- পুৰায়ে নামা যা কৰিলন্ত। তেৰে তান পুত্ৰ মনোহ জন্মিল। ৪০২ } X X X পাচে মনোক উজীৰে নিয়া দিল। কৰিলো উজীৰ আৰু নৃপতি বুলিলা। নৃপতিৰ আদেশে উজীৰ ৰঙ্গ ভৈলা। উজীৰৰ কৰ্ম কৰি মনোহৰ ৰৈলা॥ ৪০৫ শ্ৰীদামোদৰদেৱ চৰিত্ৰ। মনোহৰে কিছুদিন উজীৰ বিষয় কৰি ৰাজ্য চৰ্চা কৰাৰ পাচত দামোদৰদেৱৰ ভগবান নামৰ এজন প্ৰিয়তম ব্ৰাহ্মণ শিষে ফুলগুৰি অঞ্চলত নাম-ধৰ্ম প্ৰচাৰ কৰে; ফুলগুৰি বিজৰি পাইকসকলে ধৰ্ম ধৰি বিষয় কৰ্মলৈ পিঠি দিবলৈ ধৰে; তাকে দেখি মনোহৰে ভগবানৰ ভক্তসকলক ধৰি আনি নানা প্ৰকাৰ অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে- “ফুলগুৰি বিনিৰ পাইক আছে যত। ভকত ভৈলে ভগবানৰ সত্ৰত। মনোহৰে তাসক নিয়া পাইক বাৱে। এহি কথা জান দিলা দামোদৰ ঠাৱে॥” ৪০৮ দামোদৰদেৱ চৰিত্ৰ। দামোদৰদেৱে ভগবানৰপৰা মনোহৰৰ অত্যাচাৰৰ কথা শুনি ঠগি-মালা পঠাই দি মনোহৰক মাতি পঠায়- “শুনি দামোদৰে ভকতক পালিত। ঠগি-মালা দিয়া হেন বাক্য বুলিল। ৪০৯ ধৰ্ম বিঘতোৱা পূৰ্ব কথা পাসৰিয়া। আপোক চিনি ঐক আসোক জানিয়া। হেন শুনি মনোহ। ভৈলা এ মন। দামোদৰ পাশক চলিলা তেতিক্ষণ॥” ৪১০ দামোদৰদেৱ চৰিত্ৰ।