পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উনি মহাদেশ সৰি পূ* লৰি পৰে? • এই বঙ্গ মাত্ৰই গতি।

  1. কাগ ফি যিনি পাংশালিক ছিল লিৰিয়

ছিল কনী ও সেই গল্পে কাপালপুনে তিল শিখি এক দিন ছিল। এই দিন গলছে আজি কোচবিপদমইল ম ক ত্যা কালৰ ভিতৰত আন এদান চলি আহিছে। এল নলাকাৰণ সে সময়ত ৰঘুদেৱে কোচহাজোৰ অধিকাৰ পায়; মহাৰ হৰ পাদ দেয় কোচ হাজোৰ আৰম ৰজা কয় আৰু নৰনাৰায়ণৰ পুত্ৰ লক্ষ্মীনাৰায়ণে চেবিহাৰৰ সিংহাসন লা সমীনাৰায়ণ দুৰ্বল ৰজা আছিল; তেওঁ কিছুমান মানুহৰ কুপৰামৰ্শত ভোল গৈ কৰীৰ পাত্ৰ মন্ত্ৰী ভাঙে। ঘুদেৱে সেই খবৰ পাই কৰীক মাতি নি প্ৰধান মন্ত্ৰী পদ দিয়ে। এইবাৰে লগনায় ধুদেৱক বেয়া পায়। ধুদেৱৰ পাচত পৰীক্ষিত নাৰায়ণ কোচহাজোৰ ৰজা হয়। লক্ষ্মীনাৰায়ণে পৰীক্ষিত ৰাজ্য আক্ৰমণ কৰে কিন্তু কীৰ পাত্ৰৰ পৰিচালনাত চলা বধুদেৱৰ সৈন্যৰ হাতত পৰীক্ষিত সম্পূৰ্ণৰূপে পৰান্ত হয় আৰু মোগল বজাৰ সহায় লবলৈ বাধ্য হয়। পৰীক্ষিত ৰণত হাৰে পাচত মোগল সেনাপতি মৰমখাই পৰীক্ষিত এভাৰ সৈতে লগত লৈ গৈ আগ্ৰাত বাদচাহৰ ওচৰত উপস্থিত কৰে। বাদাহে পৰীক্ষিত আৰু লক্ষ্মীনাৰায়ণৰ ভিতৰত ভাতৃভাৱ স্থাপন কৰিবলৈ যত্ন কৰি অকৃতকাৰ্য হৈ হুয়োকে বিন্ধায় দিয়ে। এই সময়ত কৰী পাত্ৰ পৰীতিৰ এতিনিধি হৈ আগ্ৰাত থাকে। ইমাম পাচত পৰীতিনাৰায়ণৰ লগত ঢাকাৰ নবাব ইচলামখাৰ নোমালিন্য ঘটে আৰু তাৰ ফলত ৰাফাৰ আদেশত পুনৰ পৰীক্ষিতনাৰায়ণক নবাবে আঘালৈ পঠাই দিয়ে কি বাটতে ত্ৰিবেণী তীৰ্থত তেওঁ দেহ ত্যাগ কৰে। কবীন্দ্ৰ পাই মজাৰ মৃত্যু সংবাদ বাচাহক এনোৱাত তেওঁ মলতষ্ট পায় আৰু কবী পাক নাম মাত্ৰ এন নৰাৰ অধীন কৰি চৰকাৰ কামৰূপ, চৰকাৰ দৰিণ, প্ৰৰকাৰ ঢেকেৰী আৰু চৰকাৰ ৰাঙল এই চাৰি চৰকাৰৰ কাননগো (প্ৰাদেশিক শাসনকৰ্তা) পতি নিযুক্ত কৰে। আৰু এগে লগে কোচছালে সেই সময়ৰ পৰা নোগলৰ অধীন হয়। প্ৰাচীন কাগৰ বুৰী মতে ফুৰিশেখৰ কাননগো হয় (১৬৩৭ * * যেনে- “ৰীৰ পাৰ বেটা কোয়েল অতি কৰি ৰাৰ লগৰ মা পাসাৰ আগ কৰি দিলে। পালা গুনি বান, পাত