পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত

বোধহয় এই কাৰণে ভূঞাসকলৰ লাহে লাহে গা-গুটীয়া ভাব হবলৈ ধৰে। এই সময়ত দেশৰ প্ৰাকৃতিক অৱস্থাও বহুত লৰে। (নং মেপ চাওক) ১নং সুতী বা কলং কপিলীৰ সৈতে মিলি কাজলী মুখেদি বৈ তাক বহল কৰে। এইদৰে কলিয়াবৰ, ৰূপহী, বালি আৰু ভূবন্ধ৷ চাপৰি সংযোগ হোৱাত ব্ৰহ্মপুত্ৰে স্থিৰ গতি ধৰে। দক্ষিণকুলৰ ভূঞাৰাজ্যত পানীৰ উপদ্ৰৱ কম হয়। টেৰুৱনী বিতোপন ঠাই হৈ উঠে--আৰু সেই অঞ্চললৈ সকলোৰে লোলুপ দৃষ্টি পৰে। এই কাৰণে প্ৰভুৱে দশমত লিখিছে – “বৰদোৱা নামে গ্ৰাম। সঙ্গে মৎস্যে অনুপম লোহিতৰ অতি অনুকূল।” জাগী, ভূঞা আৰু টেৱনী মাজুলীৰ চলাচলৰ সুবিধা হৈ উঠাত কচাৰি-ভূঞাই একে পথাৰত খেতি কৰিব লগা আৰু গৰু-ম'হ চৰাব লগাত পৰে। উত্তৰে ভূঞা-পোৱালী, দক্ষিণে ৰাজবংশী বা ৰাজ-পোৱালী - কেৱে কাকো সৰু বোধ নকৰে। সুতীবোৰ মৰাত ভূঞাৰ ৰাজধানী বচাৰি ৰাজ্যৰ ওচৰ কচাৰি ৰণ। চাপাৰদৰৈ হল; কচাৰিবিলাকে ভূঞাসকলক ভাল নোপোৱা হৈ আহিল—সামান্য একোটা কাৰণতে উভযৰ ভিতৰত ৰণ চলিবলৈ ধৰিলে। একেৰাহে কেইবা বছৰে। ৰণ চলিল; ভূঞাসকলে অন্যাযকৈ কচাৰিবিলাকক বধ কৰিবলৈ ধৰিলে। ভূঞাসকলৰ কাৰ্য ক্ৰমে প্ৰভু শ্ৰীমন্ত শঙ্কৰৰ প্ৰাণে সহ্য কৰিব নোৱাৰা হৈ আহিল। ইয়াৰ উপৰি প্ৰৱে ভাবিলে—কচাৰিবিলাক যিদৰে ক্ৰমে হেচি আহিছে—ভবিষ্যতে সদাষ ৰণ-বিগ্ৰহত লিপ্ত থাকিলেহে ৰাজ্য-ধন-জন-সন্ত্ৰম ৰক্ষা কৰিব পাৰা হব। নিজে ৰা চৰ্চাত লিপ্ত থাকিলে ধৰ্ম চৰ্চা নহব—আন ভূঞাৰ ওপৰত শিৰোমণিভূঞা-বাব দিযে নিশ্চিন্ত থাকিব নোৱাৰি; সেই কাৰণে এযে দক্ষিণকূলৰ ৰাজ্য ত্যাগ কৰি উত্তৰপৰ হোৱাকে স্থিৰ কৰিলে। শ্ৰীশঙ্কৰদেবে ভূঞাসকলক অগেযে ব্ৰহ্মপুত্ৰ পাৰ কৰি পঠালে; পাচত নিজে গৈ সিবিলাকৰ সৈতে প্ৰথমতে ভালুকাগুৰিত, পাচত কোমোৰাকুটাত কিছুদিন থাকি ব্ৰহ্মপুলেদি উজাই গল। গাংমৌ কেতোৰ নগৰ; প্ৰভৃযে বুঢ়ীগঙ্গাইদি সোমাই গাংমৌ পালে। শgংমোত গুৰুৱে হাটি-বাটি পাতিলে—নামঘৰ-মণিকূট সাঙিলে; লগৰ ভূঞাসকলক লুইতৰ মুখলৈ ঘৰ- এ ঘৰকৈ বহুৱালে। গাংমোতে গুৰুৰ পুত্ৰ কুৰ তিনিজনৰ জন্ম হয; গুৰু তাত ৭|| বছৰ বাস কৰে। এই সমযত গুৰুৱে ৰাঙচৰ্চা কৰা নাছিল- ধাচচাহে কৰিছিল। ইয়াতেই পশ্চিমৰ ওগদীশ মিশ্ৰ নামৰ এজন ব্ৰাহ্মণ-পণ্ডিতে শ্ৰীজগন্নাথ মহা প্ৰভুৰ স্বঃ- দেশ মতে প্ৰভু শ্ৰীৰৰ ওচৰত ভাগৱত পাঠ কৰে। কীৰ্তনৰ পামণ্ডমৰ্দন, অজামিল উপাখ্যান, এহলাদ চৰিত ২নং মেপৰ বিষযে কবলগা —কলিযৰৰ তাৰু লওখোৱা চাপৰি সংযোগ হয় , কামাখ্যাৰ পুবে৭ি বল। জানা বহল হৈ কলং নাম ধৰে, খাগৰিজন মৰে, ৰূপহীয়ে জাগী আৰু বৰুৱাবহ চাপৰিৰ মাজৰ সুতী মাৰি দুয়োকে। লগ লগায় আৰু পবে ও পশ্চিমে দুখন বিলৰ সৃষ্ট কৰে (১ দীঘলী আৰু ১৯ কমাজান)। এইদৰে ৰূপহীৰ বহন কষ্যতে ভূঞা ) ৰূপহী চাপৰি সংযোগ হয় , আৰু তাৰ ফলত ১নং মেপৰ ৪নং আৰু ৫নং সুতীত কেইখ মাল বিল হয় (৪নং সুতীত ১ শিঙিযা, ৩ বালিবতীয়া, ৪ গট, ৫ কুঁজী আৰু ১৫ দেওৰা বিল; ৫নং সুতীত ১০ সোণাইবৰা, ৯ জামুগুৰি, ৮ বটাবাৰী, ৭ বৰবিল, ৬ শান্তিজান বিল)। ৰূপহী সৰু নৈ এখন হৈ সোণাই নাম ধৰি পশ্চিমলৈ বৰ ধৰে; টেখুৱশী, ভৰবন্ধ, বালি- চাপৰিৰ মাজৰ ঠাইও পোত যায়। পশ্চিমে চাৰিতী মোহনা ৰা বৰমোহন (এনে প্ৰবাদ আছে, যে কপিলীয়ে একে ৰাতিৰ ভিতৰতে গঙ্গাই পাঁচ সুতী হৈ সাগৰ সঙ্গম হোৱাৰদৰে ব্ৰহ্মপুত্ৰত পৰি সেই ঠাই পৱিত্ৰ কৰিব খুজিছিল; কিন্তু চাৰিতী হওঁতেই ৰাতি পুৱাল; সেয়ে সি সেই মোহনা ত্যাগ কৰি অন্য গতি কৰে।) কপিলীৰ বহণ কাৰ্য্যত মৰে আৰু তাত কেইখনমান বিল (১১ চাৰিতী মোহ, ১৩ কমাৰপুৰ, ১৪ গেল আদি) সৃষ্টি হয়।