পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৬৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। ৬৪। ১ বিহুৰাম | ১৬ শৰৎচন্দ্ৰ মজুমদাৰ পাৰ্বতীপ্ৰিয়া দেবী @ভোগী বাঃ গণেশ চৌধাৰী ভাঃ বীণবালা ভা: ভাগ্যৱতী মাখিবাহা অৰুণ ৰায় চৌঃৰ কথা হলিৰামৰ কন্যা দিৰুৱা বেণ্ডি নলবাৰী | ১৭ কন্যা T শ্ৰীকৃমুদ কৰণবালা একণক শ্ৰীভগবান শ্ৰীদুলাল দীনেশ প্ৰবোধ স্ব': ৰত্ন শ্ৰীলোহিত মাধৱচত্ৰ ভা: বীপ্ৰিয়া অমৃত মজুমদাৰৰ কন্যা ধমতোলা 139 পশে চামত। ২। বংশীৰাম মজুমদাৰ ভাঃ (১) লক্ষপ্ৰিয়া বলোডেকাৰ কন্যা (মাখিবাহ।) (২) কাচোপ্ৰিয়া বুদ্ধিলহকৰৰ কন্যা (কালদি) | কন্যা অম্বিকাবাল T ৰম্ভাবতী ব্য: দণ্ডীৰাম চামতা দৈবকীদেবী স্বা: শশীধৰ শিমলীয়া শ্ৰীধৰ ভূঞাৰ বংশাৱলী এই বংশৰ কুল গুৰু হৰিদেৱী বৰকৈহাটি সত্ৰৰ বশিষ্ঠ গোত্ৰৰ হৰিমিত্ৰ দেৱৰ বংশধৰসকল। যিসকল কায়স্থ ভূঞা কামৰূপলৈ আহে তাৰ ভিতৰত শ্ৰধৰ ভূঞা এই বংশৰ আদি পুৰুষ। মহানুভৱ শ্ৰধৰ ভূঞা অন্যান্য কায়স্থ ভূঞাৰ সৈতে সনদ আৰু মাটি-বাৰী ৰজাৰপৰা পাই লেঙামাগুৰি নামে ঠাইত বসতি কৰিছিল। বৈদেশিক ৰাজ্যৰ সীমা সুৰক্ষণৰ কাৰণে কায়স্থ ভূঞাবিলাকক বৈদেশিক সীমাত মাটি-বাৰী আৰু শাসন ক্ষমতা দি ৰজাই প্ৰতিষ্ঠিত কৰে। ভূঞাবিলাকৰ বসতি স্থান এই লেঙামাগুৰি ভূটীয়া ৰাজ্যৰ