পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৬৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় সমাজৰ ইতিবৃত। toe ১। নিধিৰাম | ১২ ī শিশুৰাম বিহুৰ ভা: কামেশ্বৰী ভা: ৰতন খৰ্গনাৰায়ণৰ কন্যা ভদ্ৰকা কন্যা বালিকৰিয়া পকোৱা 7 - বাপু আঁকো জবাসী গায়ত্ৰী দেবী আঃ কন্দৰ্প তেৰেচিয়া 7 | কন্যা জন্টিপ্ৰিয়া স্বাঃ গুদ। আচেনীৰাম | কন্যা কেতেকী স্বাঃ দীৰাম বনগাওঁ | কন্যা ৰশ্মীদেবী স্বাঃ বিদ্যনাথ পকোৱা এবালেক ভাঃ হৰেশ্বৰী পকোৱা ৩াঃ •••••• চামতা মুকুন্দৰ কন্যা এই বংশৰ বংশধৰসকলে নিজক শ্ৰীধৰ ভূঞাৰ বংশধৰ বুলি পৰিচয় দিয়ে। তাপাৰ নাৰায়ণ গোমস্থা ও ঘাঝাৰিৰ পানী ভূঞাৰ বংশধৰসকলেও শ্ৰীধৰ ভূঞাকে মূল পুৰুষ বুলি দেখুৱায়। তিনিও বংশৰ গোত্ৰ কে-কাশ্যপ। গতিকে তিনিওবংশ একে বংশ বুলি ধৰিব পাৰি কিন্তু ইবিলাকৰ ভিতৰত বৈবাহিক সম্বন্ধ টিছে, তদুপৰি নিকটত থাকা বংশ; এনে অৱস্থাত এক বংশ হোৱাটো সম্ভৱপৰ নহয়। বোধকৰে। তনিওজন ভিন্ন ভিন্ন ধৰ। বালিকৰিয়াৰ ক্ষেত্ৰীয়া চৌধাৰী ঘৰৰ ওপৰৰ সাত পুৰুষৰ শ্ৰীকীৰ্তি কলাপ বিশেষ পাবলৈ নাই; অষ্টম ৰুষ দীনমণি ভূঞাৰ কিছুমান কথা তলত লিখা ধৰণে শুনা যায় :- (৮) ১ দীনমণিৰ পিতাৰ ওপৰত এজন মানুহে বৰফুকনৰ দৰবাৰত এটা মোক কৰে। নিমণি গুৱাহাটীক যায় আৰু ঘটনাক্ৰমে তেওঁ বৰফুকনৰ দৃষ্টি আকৰ্ষণ কৰে। দীনমণিয়ে সৰুতে পকোৱা Iৱৰ ৭ অধ্যাপকৰ ওচৰত লিখা পঢ়া শিকিছিল; বৰফুকনে দীনমণিৰ বিদ্যা-বুদ্ধিৰ পৰিচয় পাই কিছু নলৈ তেওঁক দৰবাৰতে কাকতী কৰি ৰাখে। তাৰ পাচত দীনমণি চালকুচীয়া বুজৰ বৰুৱা বকতময়