পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৬৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। তাহৰ প্ৰমাণ পৌচাই প্ৰকাশ পাওা ও দাৰীৰ ভূমাদি ধৰ্মৰ সাব্যস্ত ও তাহাৰ হাৰ কেহ বটে কি না তদ্বিষয় মাত্ৰ সৰকাৰেৰে আপ্যত্য থাকা ও তহকিক আমলে ঐ বস্তু ধৰ্ম্মত ও দ্বিতীয় আপীলান্ট তাহাৰ হকদাৰ যথাৰ্থ বোধ হা হেতু দ্বিতীয় আপীলান্ট সাহেব সমুদায় হুজুৰ দাৰিদাৰ নহওনেও তাহাৰ স্বত্বেৰ হানি হইতে পাবেন এবং দ্বিতীয় আপীলান্ট দন্তৰ মত আপীল কৰাতেই পূৰ্ব ফয়চলাতে গোলমালে তাহাকে ও জৰদাৰ লিখা যাও বোধ হওাতে এহিনে তাহাকে আপীলান্ট লিখা গেল ইতি- তহকিক Sd. General Jenkines. জীবচন্দ্ৰ ৰায় এ চিৰস্তাদাৰ Commissioner. বৰ্তমানে এই ভূমি ধৰ্মদ মেধিৰ স্ত্ৰী শ্ৰীযুক্ত। কান্তাপ্ৰিয়া দেবীৰ দখলত আছে। অমৃতচন্দ্ৰ চৌধাৰী- ৫ ৰামনাৰায়ণৰ বংশধৰসকল ক্ষুদ্ৰশঙ্কৰাত থাকে (৯) সতানন্দ নগঞা বৰুৱাৰ কাকতী আছিল; ৩ওঁৰ পুতেক সভাৰাম খাতা পৰগণৰ চৌধাৰী হ্য। এওঁ বৰ প্ৰী হৈ উঠিছিল বহুত সৎকাম বৰি তেওঁ নিজ বংশৰ যশস্যা বঢ়াইছিল। তেওঁৰ পাচত ভকতৰাম অলপ দিন চৌধাৰী আছিল। -এও কাননগোহ কাম কৰিছিল। মানুহজন সুশ্ৰী ন্যায়নিষ্ঠ আৰু উদাৰ প্ৰকৃতিৰ আছিল। এই বংশৰে এটি সৎসঙ্গী মঠ আছিল; আৰু তাত নামকীৰ্তন কৰিবলৈ কিছু তৃমিও আহোমৰাজে দিছিল কিন্তু বৰ্তমানে তাৰ কাকত পত্ৰ একো পোৱা নাযায়। ১০ কান্তেশ্বৰ দেৱান-এওঁ ভোগাত্তৰ বংশধৰ। পুৰুষজন বিদ্যান আৰু ৰাজনীতি বিশাৰদ আছিল। এ বহুত দিন গৌৰীপুৰীয়া ৰাজাৰ দেৱান’ কাম কৰিছিল। এওঁৰ সম্পত্তি আদিও যথেষ্ঠ আছিল কন্তু বৰ্তমান বংশধৰসকলৰ অৱস্থা সিমান ভাল নহয়। ৰামচন্দ্ৰ, হৰিহৰ-ৰামচন্দ্ৰ বুদ্ধিমান আছিল। এওঁক গুৱাহাটীৰ বৰফুকনে মদাৰ তোলাত চৌধাৰী প ছিল। তেওঁৰ পাচত তেওঁৰ পুত্ৰ হৰিহৰে। কিছুদিন চৌধাৰী হৈছিল। এওঁলোক কামৰূপৰপৰা । •ৰ উপদ্ৰবত যোৱ। লোক। ১৮২১ চনত যোৱা বুলি বংশধৰসকলে কয়। তাৰ আগতে উপৰি পুৰুষসকলে চেঙ্গাৰ ওচৰত আছিল বুলি কয়। চেঙ্গাৰ পূবে হেনো জগত বৰুৱাৰ ঘৰবান্ধা ভেটি পৰ্যন্ত আছিল বুলি কয়। মানভগনত হৰনাথ গোৱালপাৰাৰ কামাপৰা নামৰ গাৱত আহি বাস কৰে। পাচত কামৰূপ বাম পাৰাৰ ৰঙ্গনাথ চৌধাৰীৰ লগত ৰামাপাৰাক যায়। শ্ৰীযুত কাশীনাথ চৌধাৰী ৰামাপাৰাতে জন্মে। 1 মাপাৰা গাওঁ ভূমিকম্পত ভাঙাত তেওঁ গোৱালপাৰাৰ খলেপাৰাক উঠি আহে। জালে ঠাকুৰৰ iৰত বিয়া হোৱাৰ পাচত তেওঁ খেকাপাৰালৈ উঠি আহে। বৰ্তমানে খেকাপাৰাতে আছে।