পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪২ কাস্থ সমাজৰ ইতিবৃত্ত। + “আশ্বিন মাসত জল বাঢ়ে অৰ্ধ। অৰ্ধ। ফুৰিবে নাপাৰি তৰে কৰে অতি বন্ধ। ১০২০ এহিমতে আছা তৈত কুসুম মহন্ত। নাজানন্ত মাৰিবে কচাৰি আসিৱন্ত। + + শুনি ভূঞাগণে অতি মনে ত্ৰাস ভৈল। আলিপুখুৰীৰ লোকে হাবি মাজে গৈল। + + + সেহি ৰাত্ৰি ভেতিলেক কচাৰি লস্কৰে। পলাইল সকল লোক গাৱৰ বাপোৰে॥ + + + লুডি লুডি গ্ৰাম দেশ কৰিলা উচন। তিনি দিন পাকি তৈত বিচাৰিলা ধন। ৰামচৰণ ঠাকুৰগুৰু চৰিত। কচাৰিৰ উপদ্ৰৱত কুসুম্বৰে বনৰ মাজত যি বাহৰ কৰিছিল, তাতেই অনুধতি আইৰ গৰ্ভত বনগা গিৰিৰ (শ্ৰীমন্ত শঙ্কৰৰ অনুজ) জন্ম হয়। এই বাহৰেই পাচত এখান নগৰ হৈছিল। কচাৰিযে দেশ লুটি-পুটি লৈ যোৱাত ভূঞাসকল গোট খাষ আৰু কচাৰিৰ লগত ৰণ কৰে। কচাৰি উজাই পুনু কপিলীক পাইল। হেন কথা বাহভূঞা সমন্তে শুনিলা। কুসুমক আনি সবে কৰিলা আলচ। বোলে মৰিবাক আমি নকৰও ওচ। ১০২৭ মুমূৰৰ নিলে ধন সৰ্বক মাৰিব কাৰিক। বীৰত্ব। পাচ বুদ্ধি কৰি সবে বসি আছা কিক। কুসুমে বুলিলা পাচে তাসম্বক চাই। ভাল ভাল পাইক বাছি সবে লোৱ যাই। ১০২৮ + মাটি দিযা জলে বুৰাই থৈয। আছে নাও। সেহি নৌকা তুলি সবে লৈলা গাৱে গাও। কুসুমক আগ কৰি চলিল পাছে। কপিলীৰ মুখত (13) কচাৰি বহি আছে। দুই ভিতি হ্যা তাক বেঢিলেক যাই। শীঘ্ৰে দ্বাৰ ভেটিলে যুদ্ধক আগুৱাই দৃঢ়তৰ গতিক বান্ধিয়া সবে কাচি। + + + ১০৩০