পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৬০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভুবনচ ৰজনীকাতে ৰঘুনাথত সমুৎপন্ত্ৰেী। বপি কাময় মানৌ পিছু পিতৃব্যস্ত চায় স্বৰ্গ। প্ৰাগজ্যোতিষীং সনাতন ধৰ্মসভাঙক্তিত সমুলিশ। বসগুণ বসুকুশাক ইমাং ভূমি দাতাং তপশ্চতুৰ্থদিনে। ১৮৩৬ শক, ৫ মাঘ। মহাযুদ্ধত গভৰ্ণমেণ্টৰ পক্ষে ভাল কাম কৰা বাবে ভাৰত গভৰ্ণমেণ্টৰ যুদ্ধ বিভাগৰ চেক্ৰেটাৰীয়ে ৰায়চাহাব ৰজনীকান্ত দত্ত চৌধুৰীক ১৯১৯ চনত তলত লিখা প্ৰশংসাপত্ৰ সহিতে যুদ্ধৰ সম্মান নিদৰ্শন উপহাৰ দিয়ে। Government of India. Army Department. Simla. Dated 27 th November, 1919. Sir, I am directed to refer to the list published with the Gazette of India dated the 29th July, 1919 in which, you were mentioned for valuable services rendered in India in connection with the war, 1914-1919 and to forward as a souvenir and mark of appreciation of the Government of India the war badge enclosed. I am your obedient servant. To Rai Sahib Rajanıkanta Dutta Sd. A. H. pringlery Chaudhury Mauzadar. Major-General. Secy. to the Govt of India. শ্ৰীযুত ৰায়বাহাদুৰ এজনা তীবুদ্ধি সম্পন্ন সৰবৰহী পুৰুষ। এখেতে হাইস্কুলৰ কেইটামান শ্ৰেণীহে পঢ়িছিল; নিজবুদ্ধি, অমায়িকতা আৰু দক্ষতাৰ গুণে অপদিনৰ ভিতৰতে ভালেখিনি বিষয় সম্পত্তি উপাৰ্জন কৰে আৰু গবৰ্ণমেণ্টৰ ঘৰত পৰিচিত হৈ উঠে। এখেতক গবৰ্ণৰৰেপৰা চডিভিজনেল অফিচাৰলৈ সকলোৱে ভাল পায়; আৰু প্ৰায় সকলো চৰকাৰী কৰ্মচাৰী আৰু মৌজাৰ লোকে শ্ৰদ্ধা কৰে। এখেতে অনাৰেৰী মেজিষ্ট্ৰেটৰ কাম অতি দক্ষতাৰ গলায়। কামৰূপৰ ভিতৰত কেৱল এখেতকেই মৌজাৰ জামিনৰপৰা গবৰ্ণমেন্ট ৰেহাই দিছে। এখতৰ ভূসম্পত্তি বহুতো।