পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত। 50 চিত্ৰ খামোয় lo ঐশৰৎচন্দ্ৰ ভাঃ সৰস্বতী হৰিপ্ৰসাদৰ কন্যা (মৰিচা) | কন্যা। মনমোহিনী ভুবনমোহিণী সাদা কুমুদিনী মণীমোহন স্বাসৰ্বানন্দ বাঃ শচী (দ্বাৰমোকাৰ) স্বাঃ ভবেন্দ্ৰ ভাঃ অমিয়লতা ৰতনপুৰ নিয়োগী। ভাঃ মনোমা নাৰায়ণ বৰুৱা ত্ৰিলোকনাথ শালকচ্ছা ধৰ্মেখৰ ৰায়ৰ কন্যা গৌৰীপুৰ বৰুৱাৰ কন্যা বৰপেটা গৌৰীপুৰ 1 কন্যা । কথা T ভাৰতী দেবী নিৰ্মল উষাৰাণী হিৰন্ময়ী স্বাঃ ৰৈলোক্য চৌ বামপাৰা ১৮ 1 প্ৰফুল্ল হৰিদাস গৌৰীপুৰ গোৱালপাৰা 1 অশ্ৰুলতা শান্তিলতা স্বাঃ অমিয়ভূষণ থাঃ নিৰু অধিকাৰী গৌৰীপুৰ দলগোমা | কান্তা বনলতা ৰেতীমোহন শ্ৰৰথী থোকা খোকা স্বাঃ গদাৰায় বৰপেটা জগদানন্দ @পতি দত্ত ভূঞাৰ বংশৰ কথা। প্ৰপতি ভূঞা চণ্ডীবৰ আদি ভূঞাসকলৰ সৈতে গৌড়লৈ আহি পোনতে কনৌজপুৰত থাকে; তাৰ পাচত ধৰ্মপাল ৰাজাৰ অধীনত পশ্চিম দুৱাৰ ৰক্ষক হয়। তেওঁৰ পাচত তেওঁৰ পুত্ৰ চিদানন্দ, নাতি জগদানন্দ ক্ৰমে পশ্চিম দুৱাৰ ৰক্ষক হয়। কিছুদিন স্বাধীন ভূঞা হৈছিল। কৃষ্ণানন্দৰ পুত্ৰ নিৰঞ্জনৰ দিনত হচেচাহে কমতা অধিকাৰ কৰে; সেই সময়ত নিৰন আৰু তেওঁৰ ভায়েক হুচেনচাহৰ লগত ৰণ কৰিছিল। নিৰঞ্জন ৰণত হাৰি চেনচাহৰ হাতত বন্দী হৈছিল। নিৰঞ্জনৰ ভায়েক নৰহৰি কামৰূপলৈ আহে; আৰু কেত্ৰিৰ নাৰায়ণ গোমৰপৰা কিছুমান সৈন্য সংগ্ৰহ কৰি দাদাক নিৰনক উদ্ধাৰ কৰিবলৈ পুনৰ হচেলৰ গত ৰণ কৰে কিন্তু এইবাৰে জিকিব নোৱাৰি পুনৰ পলাই কামৰূপ পায়।