পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। ১ কোপাৰা। পোঃ-ৰংতুলি। গোৱালপাৰা। গদাৰাম বৰুৱা * ভা: যশোদা জাপৰা ঠাকুৰৰ কন্যা (বামুণা সত্ৰ) ভকতাম [এও খেকাপৰা উঠি অহে] তাঃ যোগেশ্বৰী হৰিকান্ত অধিকাৰীৰ কন্যা (খেকাপাৰা) T ī সুভদ্ৰা গ্ৰীমোহন শ্ৰীৰাজেন্দ্ৰ কন্যা সত্যৱতী স্বাঃ পশু দত্ত দলগোমা স্বা: ভৰতচন্দ্ৰ চামতা প্ৰতাপৰায় ভু। বৰনগৰীয়া বৰুৱা বংশৰ কথা। বৰভূঞা একজন পাৰুত (পাত) আছিলা। মহাক্ৰমে সৰে ভূঞাক খাটিল। তাহাৰ প্ৰতাপ নাম অতি ধীমতি। ঙ্গে লৌহিত্যৰ তীৰে কৰিলা বসতি। তান ছোটভাই আছে নামে খেতধাম। লোহিত্যত নিতে সিটো কৰে গৈয়া গান॥৭৫৪ ৰাজবংশাবলী-হৰেন্দ্ৰনাৰায়ণ। প্ৰতাপৰাষ দক্ষিণ কুলৰ এজন প্ৰখ্যাত স্বাধীন বীৰ ভূঞা আছিল। বিশ্বসিংহই গুপ্তভাৱে এওঁক হত্যা কৰিবলৈ গৈ পোনতে হাৰিৰ মাজত লুকাই থাকি প্ৰতাপৰ অতি মৰমৰ ভায়েক শ্বেতধামক ব্ৰহ্মপুত্ৰৰ পৰা স্নান-তৰ্পণ কৰি আহোঁতে হত্যা কৰে। প্ৰতাপে এই সংবাদ পাই মৰ্মাহত হয় আৰু ৰাজ্য-ধন সমস্তকে ত্যাগ কৰি নাৱেৰে উজাই যায়।

  • বৰগৰীয়া বৰুৱাৰ বংশধৰ বুলি কয়। ওপৰৰ পুৰুষীনামাত মিলাব পৰা নহল।

bob