পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

896 কায় সমাজ ইতিবৃত্ত। চনাৰায়ণ চৌধাৰী-বগৰীবাৰী পৰণাৰ ৰামাপাৰাৰ চমুৱাদাৰ আছিল। শ্ৰীযুত ৰামচন্দ্ৰ চৌধাৰীৰপৰা চমুৱাপাৰাৰ হদ এইদৰে থক। জানা যায় :- পূবে বৰপেটা, পশ্চিমে জাহানাবিল, উত্তৰে চাউলখোৱা আৰু দক্ষিণে ব্ৰহ্মপুত্ৰ। ইয়াৰ ভিতৰতে বোলে একহাজাৰ পৰা মাটি এওঁৰ দখলত আছিল। ইয়াত আহোম ৰজাৰ এট। দুৰ্গ আৰু হাদিৰা নামৰ চকি আছিল। জাহানাবিলৰ কাষত দুৰ্গৰ চিন বৰ্তমান সমযলৈকে থাকা শুনা যায়। চন্দ্ৰনাৰায়ণ বৰ বাহুবলী আৰু বীৰ আছিল। তেওঁ অকলে এট। গড় মা প্ৰবাদ আছে। চত্ৰনাৰায়ণৰ পাচত তেওঁৰ পুত্ৰ বলিনাৰায়ণ হাদিৰ চকিৰ ৰক্ষক আছিল। এই চকিত বলিনাৰায়ণৰ তলেও এদল সৈন্য আছিল। এৱেই বঙ্গ আৰু আহোম ৰাজ্যৰ মানুহৰ যাতাযাতৰ “চাপ” (পাচ) দিছিল। ৰনাথ চৌধাৰীলৈকে এই বংশৰ উপৰি পুৰুষসকল বগৰীবাৰী পৰগণৰ চৌধাৰী থকা শুনা যায়। কেন্দুকুচীয়া বৰুৱা বংশ। অৰিষ ৰায় ভূঞা | ২ কবিকণ্ঠ ৰাষ To কেন্দুকুচি পো: নলবাৰ গোত্ৰ--অগ্নিহোত্ৰী ধৰ্মসম্প্ৰদা—ভাগৱতী প্ৰবৰ-আত্ৰেয়, অঙ্গিস হেমবণ্ঠ ৰায় 18 মাধবচন্দ্ৰ ১। লালমোহন ২। হৰিহৰ ওৰফে গদাধৰ [মঙ্গলদৈৰ চমুৱাপাৰাক উঠি যায] লক্ষ্মীনাৰায়ণ সোমনাৰায়ণ T ওনাৰায়ণ শিশুনাৰায়ণ মনাৰায়ণ Tv প্ৰাণনাৰায়ণ ভাঃ সুপ্ৰিয়া ভুনকুচি কীতি মাণিকপ্ৰিয়া দেবী বাঃ কামনাৰায়ণ বৰুৱা (নগাও)