পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। 890 ৮৷ কৃষ্ণচন্দ্ৰ চৌধাৰী ভবানী প্ৰসাদ ভা: থানুক। চেঙা) | ১০ - কন্যা মহামায়াদেবী স্বা: গোবিন্দ দত্ত বালিকৰিয়া ৰামপ্ৰসাদ। ভঃ দয়ামণী দেবী হংসনাথ - ওঁৰ কয়। মালিকুচি শ্ৰী অৰবিন্দ চৌধ এই বংশৰ ১ম পুৰুষ বনমালী চৌধাৰী-কোচ ৰজাৰ অধীনত চৌধাৰী হৈছিল। এওঁ ৰামপাৰাত 'স কৰাৰ কাৰণে এওঁক ৰামাপাৰা-চৌধাৰী বোলা হৈছিল। এওঁৰ পুৰ শ্যামৰাষ চৌধাৰীৰ দিনত মৰূপ আহোমৰ অধীন হয়; তেতিয়া শ্যামৰাসক হাদিৰ চৰি ভাৰ দিয়ে আৰু আহোমৰাণ্ডে ..ওঁক বৰকায়স্থ উপাধি দি কিছুমান সৈন্য তেওঁৰ তত ৰাখিবলৈ এ দেশ কৰে। শ’লগুৰীয়া গোসাই • আতাৰ চৰিতত এওঁক “চাংৰায” বোলা হৈছে। আহোমৰাজে এওঁক বাঘবৰ তেসৈতে এক ! তাৰ পূৰা নিৰ মাটি দিযা বুলি বংশধৰসকলে কন , বৰ্তমানে তাৰ চিন সব কিছু ভূমি আছে। চ ধ্বজসিংহ ৰজাই এই বৰকায়স্থৰ দেৱতী নামৰ কন্যাকেই সেই সমযৰ কোৱামৰা সৰ গোসাই • আতাক বিয়া কৰাই দিয়ে; এই বিযাত বৰকান্তে দাস-সবেসেতে ঢেৰ সম্পত্তি উৎসৰ্গ ব ৰছিল এই বৰকায়স্থ বংশত কেইবাজনেও পৰবৰ্তী কালত চৌধাৰী বিসয় কৰিছিল; কিন্তু মানৰ আক্ৰমণৰ

গে লগে এই বংশৰ প্ৰভাৱ, ঐশ্চৰ্য্য সমস্ত ধ্বংস হয়। শেষত এই বংশৰ বংশধৰসকলৰ কেইবাজনো

“ৱালপাৰাত গৈ আশ্ৰয় লয়। কেইজনমান কামৰূপৰ অন্যান্য গাৱত গৈ বাস কৰে। গণককুচিত শ্ৰত ৰামচন্দ্ৰ চৌধাৰী বাস কৰে; এওঁৰ ৰমেশচন্দ্ৰ চৌধাৰী নামৰ এটি সুযোগ্য পুত্ৰ আছিল। এফ, এ পচ কৰি বৃত্তি লাভ কৰি বি, এ, পঢ়িছিল; কিন্তু ১৯২১ চনৰ অসযোগ আন্দোলনৰ সময়ত তেওঁ কলেজ ত্যাগ কৰি বাতৰি কাকত-চলোৱা শিক্ষা কৰিবলৈ ধৰে; শেষত ডিব্ৰুগড়ৰ “টাই অব অসাম” কাকতৰ কাম কৰি থাকোতে হঠাৎ মৃত্যু ঘটে। শ্ৰীযুত ত্ৰৈলোক্য নাৰায়ণ চৌধাৰীয়ে-লক্ষ্মীপুৰ ষ্টেটত চাকৰি কৰি জীবিকা নিৰ্বাহ কৰে। বৰ দুখৰ কথা এই বৃহৎ বংশ বিশেষ কথা লিপিবদ্ধ কৰিবলৈ আমি একো নাপালে। অৱস্থাৰ পৰিবৰ্তনৰ লগে লগে এই ডাঙৰ বংশই নিজৰ পূৰ্ব পুৰুষৰ কীৰ্তি কলাপ আদি পাহৰিব লগাত পৰে।