কায়স্থ সমাজৰ ইতিবৃত্ত। ৪৩৫ কৰে। এই বংশৰ বংশধৰ শ্ৰীভূত কাশীনাথ পাটোৱাৰী মহাশয়ে লিখিছে -ঘিলাঝাৰি গাৱৰ প্ৰধৰ ভূঞাৰ বংশধৰসকলে তেওঁলোকৰ পুৰুষীনামাত উল্লেখ কৰা ৪ৰ্থ পুৰুষ অনিৰুদ্ধদেৱৰ পৰা আমাৰ বংশৰ মূল পঞ্চম উম্ভৱ হোৱা বুলি কয়। সেই সূত্ৰে আজি পৰ্য্যন্ত তেওঁলোকৰ লগত আমাৰ “ৰাগীৰ ভাব এটি চলি আহিছে। কিন্তু আমি অনুসন্ধান কৰি বুজিলোঁ। ঘিলাঝাৰিৰ ঘৰে এইটোৰ একো সত্য মীমাংসা কৰি দিব নোৱাৰে; সেই কাৰণে এই দুই বংশ পৃথকে ৰাখা হল। পৃথুৰাম, প্ৰাণপতি, মতিম, গোবিন্দ, তম জৰু লক্ষীৰাম—এওঁলোকে নাম বৰাগ আৰু নতুন বেহাৰ মৌজাত পাটোৱাৰী কাম কৰিছিল। মতিৰাম আৰু লক্ষ্মীৰাম সেই সেই সময়ত নিজ নিজ ঠাইত একোজন প্ৰখ্যাত লোেক হৈ উঠিছিল। কাইথেলী বিদ্যালয়ৰাম বৈদ্যৰ দিনৰ পৰা ইংৰাজ আমোলৰ কিছু পৰবৰ্তী কাল পৰ্যন্ত এই বং এখন কাইথেলী বিদ্যালয় আছিল আৰু তাত পুৰুষপৰম্পৰা অধ্যাপনাৰ কাৰ্য কৰিছিল। এই বিদ্যালয়ত কায়স্থ লৰাৰ বাহিৰেও অনেক ব্ৰাহ্মণ গোস্বামীৰ লৰাই বিদ্যা শিক্ষা কৰিছিল। দময়ন্তীদেবী —এওঁ তনুৰাম পাটোৱাৰাৰ পত্নী; এও বৰ বিদুসী ৰমণী আছিল। এ নামঘোস। গৰু শৰ গতা, সমুদ্ৰমন্থন আদি ভালেমান পুণি সাঁচিপাতত লিখিছিল। পুথিৰবাৰৰ ব্যাখ্যা কৰি ও চুৰীয়াক শুনোৱা এওঁৰ এটা নিত্য কৰ্ম আছিল। এওঁ অঞ্চ বিদ্যা ভাল আনিছিল; এক ‘লীলাবতীৰ অৱতাৰ” আখ্যা দিছিল। গে ত্ৰাপাৰাৰ নাৰায়ণ ভূঞাৰ বংশধৰ সৰুক্ষেত্ৰ মৌজাৰ পাৰাকৃচিত আছিল; ১২৩৪ চনত গৃহদাহ ও তাৰ পৰা উঠি আহি ক্ষেত্ৰাপাৰাত থাকে। এই ঠানিৰ তনুৰাম আৰু বনমালীয়ে মজুমদাৰী কলিৰ নকল। স্বস্তি ঐজিত কন্দৰ্প ভীম ভীষণ বিক্ৰমঃ শ্ৰীৰাজেশ্বৰ সিংহ। গ্ৰীস্ক ২য়ণ নৃপঃ + অয়ং পুন্যমনঃ ৫. কামৰূপে দদামিমাং। অগস্তি ৰাম দাসখ্যাং ৩দেত,ত্তি ৰক্ষিণীং। কামৰূপ দেশৰ বন্ধু ও
- 'সস্থ ও চৌধাৰী ও পাটোৱাৰি ও তালুকদাৰ ও ঠাকুৰিয়া ও গয়ৰ সকলো 'ৱধানে জানি খ তা
- ৰ শাক্তিপাৰ। গ্ৰাম ও পূৰ্বে দেৱৰ বজালি দক্ষিণে জুলিৰ পাৰ পশ্চিমে কহাৰ সীমা—উত্তৰে
• এই চতুদৰ্শধ্যত ৰোৱাতি মাটি ৯ পুৰা বাড়ি এখন আৰু পূৰ্বে বেঙ্গেনাতলি দক্ষিণে জান পশ্চিমে ইৰনৰ সীমা-উত্তৰে কেন্দু গছ এই চতুদৰ মধ্য ১০ পুৰ। বাজে বাড়ি ১ খান আৰু মৰাত বাতলি পুৰহ কাঁপে ১ পুৰা আৰু কঠিয়াতলি দ দোন মুঠত মাটি ২০৮০ পুৰ। বাড়ি। খন অৰে। ৰূপ ট। এৰিবেজ অত ভতিজাক ৰাম এই দুইক দিলে। ইহাৰ কৰ কঁাটল
- ঋক বেঠ বেগাৰ জাক জবস্কাৰ চোৰ চিনমা ধুচি
দত্ত বন্ধ দান খত সৰ্বৰাৰ পৰিত্যাগ হ ল। "টি "ড বৈদ্যৰ পুত্ৰ পৌত্ৰাদিক্ৰমে উপভোগ কৰি থাকিব। “ কোনোজনে অন্যথা নকৰিব। ইতি শন ১৬৭৭। স্বৰ্গনাৰায়ণ দেব শ্ৰীৰাজেশ্বৰ সিংহ নৃশ্য। চবিমাত্ৰ