পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

808 কায়ন্ত সমাজৰ ইতিবৃত্ত। ২ B অগস্তি সুন্দৰাম ভাঃ পাতোপ্ৰিয়া 18 ৰামানন্দ ভঃ কাঞ্চন। 16 পৃথুৰাম তাঃ ধৰমপ্ৰিয়। অৰি ভা: নমলপ্ৰিয়া 19 কন্যা কন্য। কাতিপ্ৰিয়া আলেহি ধীৰনাথ স্বাঃ নৰপতি ব্য: জাতিৰাম ভাঃ চিকণপ্ৰিয়া ভুবনৰ কন্যা কাৰকুছি by কন্য। যামপ্ৰিয়া ব্য: চেনীম প্ৰাণেশ্বৰী বলি 5 T কন্যা সুন্দৰী মহীনাথ স্বা; পানো ভাঃ মহেশ্বৰী জগতৰ কন্যা এই বংশইও শ্ৰীধৰ ভূঞাৰ বংশধৰ বুলি কয়। কিন্তু সিবিলাকে আহোম ৰজাৰপৰা পোৱা ভূমিৰ দন পত্ৰত সেইটে' কথা উল্লেখ থাকিব লগা স্বত্বেও উল্লেখ নাই; সেই কাৰণে আমি এই বক অগস্ত আৰু ৰামবৈদ্যৰ বংশ বুলিহে উল্লেখ কৰিলে। ৰাম আৰু অগস্তি এওঁলোকৰ নামৰ পাচত বৈদ্য উপ ধি আছে; আৰু বংশাৱলীৰ পৰা জ’ যায়- দুয়ে। খুড়াক উতিজাক কাটিৰ ফালৰ পৰা আহি কবিৰাজী কৰিছিল। এওঁলোকৰ চিকিৎ কাৰ্য্যত আহোম ৰজা ৰাজেশ্বৰ সিংহই পৰিতুষ্ট হৈ কামৰূপত কিছু নিষৰ ভূমি আৰু ভকত দিয়ে। তামৰ ফলিন নকুল তলত দিয়া হল। এই নিৰ তুমি বৰ্তনে নিপিগেৰাজৰূপে বংশধৰ সকলে ভেগ