সমললৈ যাওক

পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় সমাজৰ ইতিবৃত্ত। ১৩ (২) মহেয়-এও জয়সাগৰত ৰাস কৰে। ১৪। শিৱৰাম (পণ্ডিত) “শিৱৰাম তৈলা মেঘ নাৰায়ণৰ তনয়। ব্যাকৰণ জ্যোতিষ পঢ়িলা মহাশয়। শ্লোকে পৰমাৰ্থে কেহহা সমান নহয়। পণ্ডিতসকলে যাক প্ৰশংসা কয়। ৰঘুপতি। ১৩ (৪) আত্মম—“আত্মম চৌধাৰী ভৈলন্ত সাধুপ্ৰায়। দাস-দাসী সত্যবাদী যাত পৰে নাই।” ৰঘুপতি। ১৪। (২) হৰিনাৰায়ণ-এওঁ চৌধাৰী হৈছিল। বৰবাপু-এওঁ অতি শ্ৰীমন্ত পুৰুষ আছিল; এওঁৰ সময়ত কায়স্থ সমাজ সম্বন্ধে গৌৰীপুৰৰ ৰ প্ৰতাপচন্দ্ৰ বৰুৱা বাহাদুৰৰ লগত আলোচনা হয়। আৰু কায়স্থ লৰবিলাকৰ শিক্ষা সম্বন্ধে ব্যৱস্থা কৰি যত্ন কৰে। লক্ষী দেৱান—এওঁ বৰপুৰ পুত্ৰ। বৰ বংশৰ লোেক বুলি এওঁ বোলে বৰ অভিমান', 'চানে প্ৰিয়, স্বেচ্ছাচাৰী, আৰু দাম্ভিক আছিল। কিন্তু বিনা শিবাৰ্চনা তেওঁ অন্ন গ্ৰহণ নকৰিছিল। বামক সেই সময়ৰ ডিপুটী কমিচনাৰ কেম্বেল চাহাবে এই ডেকাক কিবা স্বৰূপে সৎ পথক অনিন প' বুলি তেওঁক দেৱানী গোচৰ সুধি দেনা-পাওনা আদায় কৰিবলৈ ক্ষমতা দিয়ে। এওঁ এই ক্ষমতা * সেই কাম কিছুদিন অতি সুপ্ৰতুলে চলাইছিল; এই কাৰণে সৰ্ব সাধাৰণে তেওঁক “দেৱান” বুলিছিল ১৫ (২) চন্দৰ চৌধাৰী—এওঁ ক্ষেত্ৰীৰ চৌধাৰী হৈছিল। এওঁ প্ৰজাপীড়ক আছিল বুলি শুনা যা গজেন্দ্ৰনাৰায়ণ—এওঁ তাপাৰ ঠানিৰ ক্ষেত্ৰীৰ শেষ চৌধাৰী আছিল। এওঁ শান্ত প্ৰক লোক আছিল। শিষ্টাচাৰ আৰু জ্ঞানৰ বাবে এওঁ বহুতৰ প্ৰশংসাৰ ভাজন হৈছিল। ১৮৷ ৰাজেন্দ্ৰনাৰায়ণ-এওঁ গজেন্দ্ৰনাৰায়ণৰ পুত্ৰ; ১৩০০ বাংলা চনৰ কামৰূপৰ খাজান বিদ্ৰোহ এজন নেতা আছিল; পাচত গবৰ্ণমেণ্টৰ হাতত ধৰা পৰিবৰ ভয়ত সন্ন্যাসী হৈ দেশান্তৰ হৈছে। এই বংশৰ স্থাবৰ সম্পত্তি সম্বন্ধে পূজনীয় শ্ৰীযুত ৰণীধৰ চৌধাৰী মহাশয়ে তেখেতৰ টোকা ৩ লিখ যে ‘নাৰায়ণ গোমথাৰ বংশধৰ ৰামচ, নীলকণ্ঠ আৰু মনোহ এই তিনি ঠানিৰ প্ৰত্যেক ঠা কম পক্ষেও এক লাখ বিঘাকৈ মুঠতে তিনি লাখৰ কম নহয়, ইমান ভূ-সম্পত্তি আছিল; কিন্তু। হৰিপাকতে আজি বংশধৰসকল প্ৰায় ভুমি শূন্য।