পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় সমাজ ইতি। ভোগীৰখে বিসিংহৰ বিপক্ষে ৰণ কৰিবলৈ অন্যান্য ভূঞাৰ সহায় বিচাৰি ককাৰ্য্য নোহোৱাত তেওঁ কিছুমান ভূঞাৰ ওপৰত অত্যাচাৰ কৰা যেন লাগে। মহাপুৰুষ শ্ৰীমাধৱদেৱৰ পিতৃ গোবিন্দগিৰী ব্ৰহ্মপুত্ৰৰ কোষৰ বালিগাৱক (কামৰুপৰ) ভোগীৰথৰ লগত মিত্ৰতা কৰি পালি ভূঞ হৈ আছিল। ভোগীৰথৰ লগত বিশ্বসিংহৰ বিপক্ষে যোগ দিয়াত তেওঁ তাৰপৰা “সেহি সময়ত ভোগীৰ লগত তেহেৰে মিত্ৰ কৰিলা X X X x কত্ৰিজাৰ কৰি অত্যাচাৰ ভৈলা মহা শত্ৰুজন। শত্ৰুভাব কৰি গৈলা হত ভিতিত নৰৈলা স্থান।” গোবিন্দ বংশাৱলী গোবিন্দগিৰীৰিৰ লগত ভোগীৰথৰ মিলতা থাকলেও তেওঁৰ লহ যগ নোহোৱাত শক্তভাৱ হয়,

  • সেই বাবে বাধ্য হৈ তেওঁ উজনীৰ টেঘুৱানী বন্ধ থাকা শিৰোমৰ্ণি ভূঞাসকলৰ লগলৈ যায়।

বশাৱলী পাঠ কৰিলে বুজা যায় ভোগীথে তেওঁৰ পিতৃ পুৰুষৰ অস্থি গঙ্গাত ক্ষেপণ কৰিবলৈ যাওঁতে নেই শ্ৰীহৰিগুৰুৰ লগত সাক্ষাৎ হয়; আৰু তেওঁৰ ভক্তিভাৱ দেখি মোহ গৈ পূৰ্বৰ শাক্ত ধৰ্ম এৰি নৰপৰা প্ৰভু শ্ৰীমন্ত শঙ্কৰৰ প্ৰচাৰিত ভাগৱতী ধৰ্ম গ্ৰহণ কৰে। তেতিয়াৰপৰা এই বংশ হৰিদেবী দাষৰ মহাপুৰুষীয়া বৈষ্ণৱ। ভোগীথে মদনমোহন বিগ্ৰহ স্থাপন কৰিছিল; আৰু সেই পূজ-সেৱাৰ বাবে ব্ৰাহ্মণক ভূমি ন কৰিছিল। প্ৰবাদ-বিশ্বসিংহ ৰজাই ভোগীৰথক দুইজনী কন্যা বিবাহ কৰাই দিয়ে। তেওঁৰ বহুত দিনলৈ সন্তান ৱা নাছিল। পাচত শ্ৰীহৰিগুৰুৰ বৰত (কাৰৰ কাৰৰ মতে এক সন্ন্যাসীৰ বৰত) সৰু ভাৰ্য্যাৰ গৰ্ভত

  • টি পুত্ৰ সন্তান জন্মে। পুত্ৰ কেইজন তলত লিখা মতে বিভিন্ন ঠাইত বসতি কৰিছিল :-

“ববি গ্ৰামে ৰৈ পৃথু আদি বংশ তান। তাহাৰ কনিষ্ঠ ভাই দৈত্যাৰি প্ৰধান। ছয় ভাতৃ পশ্চিম দিশক চলি গৈলা। পূৰ্বদিশে ছয় ভাই মহা সুখে বৈলা। নিজ স্থানে ৰৈলা ছয় গৃহস্থালি পাতি। দেশ জুৰিলেক তাসৰ পুত্ৰ নাতি। ৰঘুপতি

  • ভোগৰৰুে খুইছে।